সমললৈ যাওক

ছত্তীছগঢ়ৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

২০০০ চনৰ ১ নৱেম্বৰত ভাৰতছত্তীছগঢ় ৰাজ্যৰ গঠনৰে পৰা বৰ্তমানলৈ কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য এই তালিকাত দিয়া হৈছে।

মুখ্যমন্ত্ৰীসকল

[সম্পাদনা কৰক]
ৰাজনৈতিক দলসমূহৰ ৰঙৰ সংকেত
নং. নাম কাৰ্যকাল দল[টোকা 1] বিধানসভা ৰাজ্যপাল
অজিত জোগি
মহাসমুন্দ সমষ্টিৰ বিধায়ক
 নৱেম্বৰ ২০০০  ডিচেম্বৰ ২০০৩ ১১২২ দিন ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম (২০০০-২০০৩) দিনেশ নন্দন সাহায়
ৰমণ সিং
ৰাজনন্দগাঁও সমষ্টিৰ বিধায়ক
 ডিচেম্বৰ ২০০৩  ডিচেম্বৰ ২০০৮ ৫৪৮৮ দিন ভাৰতীয় জনতা পাৰ্টি দ্বিতীয় (২০০৩-২০০৮) কৃষ্ণ মোহন শেঠ
 ডিচেম্বৰ ২০০৮  ডিচেম্বৰ ২০১৩ তৃতীয় (২০০৮–২০১৩) ই এচ এল নৰসিংহ
 ডিচেম্বৰ ২০১৩ ১৬ ডিচেম্বৰ ২০১৮ চতুৰ্থ (২০১৩-২০১৮) শেখৰ দত্ত
ভূপেশ বাঘেল[1]
পাটন সমষ্টিৰ বিধায়ক
১৭ ডিচেম্বৰ ২০১৮ বৰ্তমান ২৭০৭ দিন ভাৰতীয় জাতীয় কংগ্ৰেছ পঞ্চম (২০১৮–২০২৩) আনন্দীবেন পেটেল
  1. This column only names the chief minister's party. The state government he heads may be a complex coalition of several parties and independents; these are not listed here.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]