সমললৈ যাওক

ছাইহা জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লুংলে জিলা
মিজোৰামত ছাইহা জিলাৰ অৱস্থান
মিজোৰামত ছাইহা জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মিজোৰাম
চহৰ ছাইহা
চৰকাৰ
  লোকসভা কেন্দ্ৰ মিজোৰাম লোকসভা কেন্দ্ৰ
কালি
  মুঠ
১,৩৯৯ বৰ্গকিমি (৫৪০ বৰ্গমাইল)
জনসংখ্যা
 (২০১১)
  মুঠ
৫৬,৫৭৪
  ঘনত্ব ৪০/বৰ্গকিমি (১০০/বৰ্গমাইল)

ছাইহা জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰৰ এখন জিলা। জিলাখনৰ উত্তৰ-পশ্চিমে লুংলে জিলা; উত্তৰ আৰু পশ্চিমে লঙট্লাই জিলা আৰু দক্ষিণ আৰু পূবে ম্যানমাৰ। জিলাখনৰ আয়তন হৈছে ১৩৯৯.৯ কিলোমিটাৰ। ছাইহা চহৰখন মাৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]