জঁ-জাক ৰুছ’
অৱয়ব
Rousseau by Maurice Quentin de La Tour, 1753 মৰিছ কেঁতাঁ দ্য লা তুৰৰ অঁকা ৰুছ'ৰ প্ৰতিকৃতি, ১৭৫৩ | |
সম্পূৰ্ণ নাম | জঁ-জাক ৰুছ’ |
---|---|
জন্ম | ২৮ জুন, ১৭১২ জেনেভা, জেনেভা প্ৰজাতন্ত্ৰ |
মৃত্যু | ২ জুলাই, ১৭৭৮ (৬৬ বছৰ) Ermenonville, Kingdom of France |
যুগ | 18th-century philosophy (early modern philosophy) |
অঞ্চল | পশ্চিমা দৰ্শন |
ধাৰা | সামাজিক চুক্তি ৰোমাণ্টিচিজম |
আগ্ৰহ | ৰাজনৈতিক দৰ্শন, সংগীত, শিক্ষা, সাহিত্য, আত্মজীৱনী |
উল্লেখযোগ্য কৰ্ম | General will, amour de soi, amour-propre, moral simplicity of humanity, child-centered learning, civil religion, popular sovereignty, positive liberty, public opinion |
প্ৰভাৱিত হয়
| |
প্ৰভাৱিত কৰে | |
স্বাক্ষৰ |
জঁ-জাক ৰুছ’ (ফৰাচী: Jean-Jacques Rousseau; ২৮ জুন ১৭১২ – ২ জুলাই ১৭৭৮) আছিল এগৰাকী জেনেভান দাৰ্শনিক, লেখক আৰু সুৰকাৰ। তেখেতৰ ৰাজনৈতিক দৰ্শনে ইউৰোপলৈ আলোকায়ন প্ৰক্ৰিয়াক প্ৰভাবিত কৰিছে আৰু সৰ্বোপৰি ফৰাচী বিপ্লৱৰ প্ৰেক্ষাপট এবং আধুনিক ৰাজনৈতিক, অৰ্থনৈতিক চিন্তাৰ প্ৰসাৰে ভূমিকা ৰাখিছে।