জিকা
জিকা | |
---|---|
![]() | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | লুফা |
Species: | ল. আকুটাংগুয়া |
দ্বৈৰাশিক নামকৰণ | |
লুফা আকুটাংগুয়া L.Roxb. | |
সমাৰ্থক[1] | |
|
জিকা (ইংৰাজী: Luffa acutangula) হৈছে এবিধ লতা জাতীয় উদ্ভিদ আৰু ইয়াৰ ফল। ইয়াৰ বিভিন্ন প্ৰজাতি উপলব্ধ। ব্যৱসায়িকভাৱে ইয়াৰ শিৰা যুক্ত মঙহাল ফলৰ বাবে ইয়াক পাচলি হিচাপে খেতি কৰা হয়। প্ৰাপ্তবয়স্ক ফলবোৰৰ জিমটো প্ৰাকৃতিক চাফাই স্পঞ্জ হিচাপে ব্যৱহাৰ কৰা হয়। এই পাচলিবিধ মধ্য আৰু পূব এছিয়াৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে বিস্তৃত। ঠাণ্ডা জলবায়ুৰ ঠাইত ইয়াক ঘৰুৱা উদ্ভিদ হিচাপেও খেতি কৰা হয়। ইংৰাজী সাধাৰণ নামসমূহৰ ভিতৰত এংগেল লুফা, চাইনিজ অকৰা, ডিচ ক্লথ গাৰ্ড, ৰিজড গাৰ্ড, স্পঞ্জ গাৰ্ড, ষ্ট্ৰেনাৰ ভিন, ৰিবড লুফা, শিল্ক গাৰ্ড, চিনকোৱা টাৱেলস্পঞ্জ আদি নামেৰে পৰিচিত।[2][3][4][5]
ব্যৱহাৰ[সম্পাদনা কৰক]
কিছুমান লুফা জাতৰ কুমলীয়া ফলবোৰ সিজাই খোৱা শাক-পাচলি আৰু ভাজি বা কেঁচাকৈ খাবলৈ ব্যৱহাৰ কৰা হয়। কেতিয়াবা শিপা আৰু ফুলো ব্যৱহাৰ হয়।[6] লুফা এজিপ্টিয়াকাৰ দৰেই প্ৰাপ্তবয়স্ক ফলবোৰ শুকালে চপোৱা হয় আৰু প্ৰক্ৰিয়াকৰণ কৰি ফলৰ আঁহৰ বাহিৰে আন সকলোবোৰ আঁতৰাই পেলোৱা হয়, ইয়াক জিম পিছত স্পঞ্জ হিচাপে সামগ্ৰী তৈয়াৰ কৰাৰ বাবে আঁহ হিচাপে ব্যৱহাৰ কৰিব পাৰি।[6]
চিত্ৰবীথিকা[সম্পাদনা কৰক]
জিকা গছৰ কুমলীয়া অংশত উৎপন্ন হোৱা মৌ,[7] এই মৌৱে পৰুৱা আদিক আকৰ্ষণ কৰে।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "The Plant List: A Working List of All Plant Species". http://www.theplantlist.org/tpl1.1/record/kew-2338862। আহৰণ কৰা হৈছে: 21 November 2014.
- ↑ M.M.P.N.D. - Sorting Luffa names. Plantnames.unimelb.edu.au (2000-02-06). Retrieved on 2014-05-26.
- ↑ Luffa Angled. Kitazawaseed.com (2014-01-22). Retrieved on 2014-05-26.
- ↑ Ridged Skin Luffa. Evergreenseeds.com. Retrieved on 2014-05-26.
- ↑ "জিকা". প্ৰাকৃতিক সম্পদ সংৰক্ষণ সেৱা উদ্ভিদ তথ্যকোষ, ইউ.এছ.ডি.এ.ৰ পৰা 23 June 2015 তাৰিখে আহৰণ কৰা হৈছে।. https://plants.usda.gov/core/profile?symbol=LUAC2.
- ↑ 6.0 6.1 Grubben, G.J.H.; Africa, P.R.o.T. (2004). Vegetables. Backhuys. ISBN 9789057821479. https://archive.org/details/bub_gb_6jrlyOPfr24C.
- ↑ Chakravarty, H. L. (October 1948). "Extrafloral Glands of Cucurbitaceæ". Nature খণ্ড 162 (4119): 576–577. doi:10.1038/162576b0.