সমললৈ যাওক

জিন্দাবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জিন্দাবাদ (زنده باد‎) এটা উৰ্দু আৰু ফৰাচী শব্দ। ব্যক্তি, আদৰ্শ বা ৰাষ্ট্ৰৰ দীৰ্ঘজীৱীতা কামনাৰ ক্ষেত্ৰত শ্ল'গান হিচাবে এই শব্দ ব্যৱহাৰ হয়। ইয়াৰ ব্যৱহাৰ মূলতঃ ৰাজনৈতিক। নামৰ পিছত জিন্দাবাদ ব্যৱহাৰ কৰি সেই নামৰ ব্যক্তি, আদৰ্শ বা ৰাষ্ট্ৰৰ দীৰ্ঘজীৱন কামনা কৰা হয়।

ৰাজনৈতিক শ্ল'গান

[সম্পাদনা কৰক]

অৰাজনৈতিক শ্ল'গান

[সম্পাদনা কৰক]
  • জীৱন জিন্দাবাদ

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  • জৱানী জিন্দাবাদ, ১৯৯০ হিন্দী
  • জৱানী জিন্দাবাদ, ২০১০ পঞ্জাবী
  • মজদুৰ জিন্দাবাদ, ১৯৭৬ হিন্দী
  • শশুৰ ঘৰ জিন্দাবাদ, ২০১০ ওড়িয়া
  • শশুৰবাড়ী জিন্দাবাদ, ২০০০ বঙালী
  • শংকৰ দাদা জিন্দাবাদ, ২০০৭ তেলুগু
  • স্বান্থম ভাৰ্য্যা জিন্দাবাদ, ২০১০ মালয়ালম