জিন্দেগী (শ্ৰব্য এলবাম)
অৱয়ব
(জিন্দেগীৰ পৰা পুনঃনিৰ্দেশিত)
জিন্দেগী | ||||
---|---|---|---|---|
এলবাম | ||||
মুক্তি | ২০০৭ | |||
দৈৰ্ঘ্য | ৪১:৩১ | |||
লেবেল | ইউনিভাৰছেল মিউজিক গ্ৰুপ | |||
জুবিন গাৰ্গ কালক্ৰম | ||||
|
জিন্দেগী[1] হ'ল ২০০৭ চনত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ এখন এলবাম। এলবামটোত জুবিন গাৰ্গৰ উপৰিও পাকিস্তানী কণ্ঠশিল্পী ছফাকত আমানত আলী খান আৰু দক্ষিণ ভাৰতৰ গায়িকা কে. এছ. চিত্ৰাই কণ্ঠ নিগৰাইছে।
গীতসমূহৰ তালিকা
[সম্পাদনা কৰক]গীত | কণ্ঠশিল্পী | দৈৰ্ঘ্য | কথা |
---|---|---|---|
জিয়া লাগে না |
জুবিন গাৰ্গ | ৪:৩৮ | সুনিল ভাটিয়া |
জিয়া ৰে জিয়া ৰে[2] | ৫:২৪ | সুনিল ভাটিয়া | |
নজাৰে কৰম হো[3] | ৪:১৭ | সুনিল ভাটিয়া | |
পল পল বেকল |
চিত্ৰা | ৪:০৯ | সুনিল ভাটিয়া |
শাম ধল জায়ে[4] | চিত্ৰা | ৫:০৪ | ৰবি বাছনেট |
টু হি টু হ্যে[5] | ছফাকত আমানত আলী খান |
৪:৫৫ | ৰবি বাছনেট |
উড়তে পৰিণ্ডো কে[6] | জুবিন গাৰ্গ |
৪:২০ | ৰবি বাছনেট |
জিন্দেগী কহী গুম হ্যে[7] | জুবিন গাৰ্গ |
৩:৪৩ | ছাবিৰ আহমেদ |
জিন্দেগী কহী গুম হ্যে (ৰিমিক্স)[8] | জুবিন গাৰ্গ |
৫:০১ | ছাবিৰ আহমেদ |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Zubeen Garg launches new album". radioandmusic. http://www.radioandmusic.com/content/editorial/news/zubeen-garg-launches-new-album। আহৰণ কৰা হৈছে: 26 July 2015.
- ↑ "Jia Re Jia". Gaana.com. http://gaana.com/song/jia-re-jia-re। আহৰণ কৰা হৈছে: 26 July 2015.
- ↑ "Nazaren Karam Ho Song Info". Gaana.com. http://gaana.com/song/shaam-dhal-jaye। আহৰণ কৰা হৈছে: 26 July 2015.
- ↑ "Shaam Dhal Jaye Song Info". Gaana.com. http://gaana.com/song/shaam-dhal-jaye। আহৰণ কৰা হৈছে: 26 July 2015.
- ↑ "Tu Hi Tu Hai Song Info". Gaana.com. http://gaana.com/song/tu-hi-tu-hai-3। আহৰণ কৰা হৈছে: 26 July 2015.
- ↑ "Udte Parindon Ke Song Info". Gaana.com. http://gaana.com/song/udte-parindon-ke। আহৰণ কৰা হৈছে: 26 July 2015.
- ↑ "Zindagi Kahin Gum Hai Song Info". Gaana.com. http://gaana.com/song/zindagi-kahin-gum-hai। আহৰণ কৰা হৈছে: 26 July 2015.
- ↑ "Zindagi Kahin Gum Hai (Remix) Song Info". Gaana.com. http://gaana.com/song/zindagi-kahin-gum-hai। আহৰণ কৰা হৈছে: 26 July 2015.