জীৱন কলা (গ্ৰন্থ)
অৱয়ব
জীৱন কলা | |
---|---|
লেখক | প্ৰহ্লাদ কুমাৰ বৰুৱা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | প্ৰবন্ধ সংকলন |
প্ৰকাশ | ২০০২ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
জীৱন কলা জীৱন কলা গ্ৰন্থখন মূলতঃ প্ৰবন্ধ সংকলন৷ কৈশোৰ আৰু বয়ঃসন্ধি কালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰাসংগিক এখন গ্ৰন্থ৷ গ্ৰন্থখনত মুঠ ১৮ টা অধ্যায় আছে৷ প্ৰতিটো অধ্যায়েই মানৱ জীৱনৰ মনস্তত্ত্ব বিষয়ক চিন্তা-চেতনাৰে সমৃদ্ধ৷
গ্ৰন্থখনৰ বিষয়সমূহ
[সম্পাদনা কৰক]- জীৱনৰ সৌন্দৰ্য
- জ্ঞানান্বেষণ আৰু অমৰত্ব
- সপোন দেখিবও জানিব লাগে
- শিক্ষা, জ্ঞান আৰু উচ্চতৰ জীৱন
- হিংসা প্ৰতিহিংসা আৰু ৰুচিবোধ
- প্ৰেম বিশ্বাস আৰু সংশয়
- তৃপ্তি অতৃপ্তি আৰু বিষাদ
- বাৰ্ধক্যৰ বেদনা বিড়ম্বনা আৰু উপভোগ
- ঘৰুৱা পৰিৱেশ আৰু ৰুচিবোধ
- স্মৃতি বাস্তৱ আৰু বিভ্ৰম
- জীৱনক গ্ৰহণ কৰাৰ শিক্ষা
- মনুষ্যত্ব সমাজ আৰু শান্তি
- জীৱনৰ পৰা আমি কি বিচাৰোঁ
- সময় গৰল আৰু অমৃত
- দৰিদ্ৰতা জীৱনৰ অন্তৰায় নহয়
- জীৱন আৰু যৌৱন
- জীৱন কলা
- উপলব্ধিৰ সৰণিত জীৱন কলা