জুৰীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

জুৰীয়া (Juria) অসমনগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত এখন ঠাই। ইয়াৰ জনসংখ্যা প্ৰায় ১,৪৫,৭৬৩ জন ইয়াৰ প্ৰায় ৬৮% জনসংখ্যা ইছলামধৰ্মী, বাকী খিনি প্ৰায় হিন্দু আৰু অন্যান্য। ইয়াৰ লোকসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি লগতে মাছ উৎপাদনো ইয়াৰ এক উলেখযোগ্য জীৱিকা। জুৰীয়াৰ ঠিক লগতে লাগি আছে লাওখোৱা অভয়াৰণ্য।এই ঠাই বহ্মপুত্ৰৰ পাৰতে হোবা বাবে ইয়াত পানীৰ কোনো অসুবিধা নহয় আৰু ইয়াৰ কৃষি ভূমি একে কাৰণতেই যথেষ্ট সাৰুৱা। ইয়াত অসমৰ ভিতৰতে সৰ্ববৃহৎ মুছলমান সকলৰ কবৰস্থান আছে।[উদ্ধৃতিৰ প্ৰয়োজন] জুৰীয়াত ৰৌমাৰি,চিতলমাৰিৰ দৰে বিখ্যত বিল আছে।