লাওখোৱা অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Laokhowa Wildlife Sanctuary)
IUCN category IV (habitat/species management area)
মানচিত্ৰত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য (Laokhowa Wildlife Sanctuary)ৰ অৱস্থিতি
অসমত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ Nagaon
স্থানাংক 26°30′24″N 92°42′38″E / 26.50667°N 92.71056°E / 26.50667; 92.71056স্থানাংক: 26°30′24″N 92°42′38″E / 26.50667°N 92.71056°E / 26.50667; 92.71056
ক্ষেত্ৰফল 70.13 sq. km[1]
প্ৰতিস্থা 1972[1]
গভাৰ্নিং বডী Department of Environment & Forests, Assam


লাওখোৱা অভয়াৰণ্য (ইংৰাজী: Laokhowa Wildlife Sanctuary) অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে নগাওঁজিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই এশিঙীয়া গঁড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান বুলি পৰিগণিত হৈছে৷ ই লাওখোৱা-বুঢ়াচাপৰি পৰিস্থিতি তন্ত্ৰৰ অন্তৰ্গত৷

ইতিহাস[সম্পাদনা কৰক]

এই বনাঞ্চলক ১৯৭২ চনত বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।

ভৌগিলিক বিৱৰণ[সম্পাদনা কৰক]

লাওখোৱা অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৭০.১৩ বৰ্গকিলোমিটাৰ৷ [2] নগাওঁ তথা গুৱাহাটীৰ পৰা ইয়াৰ দুৰত্ব ক্ৰমান্ধয়ে ২৮ আৰু ১৪৮ কিলোমিটাৰ৷ [3]

জলবায়ু[সম্পাদনা কৰক]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

উদ্ভিদ:

প্ৰাণী: হাতী, বনৰীয়া ম'হ, ঢেঁকীয়াপতিয়া বাঘ,কেৰ্কেটুৱা, সুগৰি পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰইত্যাদি[4]

চৰাই-চিৰিকটি: প্ৰায় ২২৫ বিধ চৰাইৰ প্ৰজাতি, যেনে- হাড়গিলা,পাটিশগুণ, বৰটোকোলা,হাইঠা ইত্যাদি।

সৰীসৃপ: ১৪ বিধ বিভিন্ন সৰীসৃপৰ প্ৰজাতি, যেনে- ফেঁটীসাপ, পাইথন, কাছ, গুইঁ ইত্যাদি।

মাছ:৩৯ বিধ মাছৰ প্ৰজাতিৰ প্ৰজননস্থলী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]