মাৰাট লংৰি অভয়াৰণ্য
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
মাৰাট লংৰি অভয়াৰণ্য (Marat Longri Wildlife Sanctuary | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | কাৰ্বি আংলং |
মাটিকালি | ৪৫১ sq. km[1] |
কৰ্তৃপক্ষ | অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগ |
মাৰাট লংৰি অভয়াৰণ্য (ইংৰাজী: Marat Longri Wildlife Sanctuary) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত। ধনশিৰি-লাংডিং হস্তী প্ৰকল্পৰ ই এক উল্লেখযোগ্য অংশ।
ইতিহাস[সম্পাদনা কৰক]
ভৌগিলিক বিৱৰণ[সম্পাদনা কৰক]
মাৰাট লংৰি অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৪৫১ বৰ্গকিলোমিটাৰ। ই ডিফু ৰেলৱে ষ্টেচনৰ পৰা মাথোঁ ৮ কিমি দুৰত্বত অৱস্থিত।[2]
জলবায়ু[সম্পাদনা কৰক]
শীত কালত উষ্ণত ৬°চে ৰ পৰা ১২ °চে আৰু গ্ৰীষ্ম কালত ২৩ °চে ৰ পৰা ৩২ °চে লৈ হয়। গড় বাৰ্ষিক বৃষ্টিপাত ২৪১৬ মিমি।[3]
জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]
উদ্ভিদ:
প্ৰাণী: হাতী, ঢেঁকীয়াপতীয়া বাঘ, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, সুগৰী পহু, বনৰীয়া গাহৰি ইত্যাদি।[4]
চৰাই-চিৰিকটি: হাড়গিলা, পাটিশগুণ, বৰটোকোলা, হাইঠা ইত্যাদি।
সৰীসৃপ: ফেঁটীসাপ, পাইথন, কাছ ইত্যাদি।[5]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "National Wildlife Database: List of Protected Areas in India". Wildlife Institute of India. http://oldwww.wii.gov.in/nwdc/list_existing_wls.pdf। আহৰণ কৰা হৈছে: 22 October 2010.
- ↑ http://assamforest.in/NP_Sanctuaries/wls_mLongri.php
- ↑ http://thesciprobe.com/files/documents/4.-Study-on-Rodent-Diversity-in-and-around-Marat-Long%E2%80%A6.pdf
- ↑ http://assamforest.in/NP_Sanctuaries/wls_mLongri.php
- ↑ http://assamforest.in/NP_Sanctuaries/wls_mLongri.php
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|