মাৰাট লংৰি অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
মাৰাট লংৰি অভয়াৰণ্য (Marat Longri Wildlife Sanctuary
IUCN category IV (habitat/species management area)
মানচিত্ৰত মাৰাট লংৰি অভয়াৰণ্য (Marat Longri Wildlife Sanctuaryৰ অৱস্থিতি
অৱস্থান অসম, ভাৰত
নিকটতম চহৰ কাৰ্বি আংলং
ক্ষেত্ৰফল ৪৫১ sq. km[1]
গভাৰ্নিং বডী Department of Environment & Forests, Assam


মাৰাট লংৰি অভয়াৰণ্য (ইংৰাজী: Marat Longri Wildlife Sanctuary) অসমকাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত। ধনশিৰি-লাংডিং হস্তী প্ৰকল্পৰ ই এক উল্লেখযোগ্য অংশ৷

ইতিহাস[সম্পাদনা কৰক]

ভৌগিলিক বিৱৰণ[সম্পাদনা কৰক]

মাৰাট লংৰি অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৪৫১ বৰ্গকিলোমিটাৰ৷ ই ডিফু ৰেলৱে ষ্টেচনৰ পৰা মাথোঁ ৮ কিমি দুৰত্বত অৱস্থিত।[2]

জলবায়ু[সম্পাদনা কৰক]

শীত কালত উষ্ণত ৬°চে ৰ পৰা ১২ °চে আৰু গ্ৰীষ্ম কালত ২৩ °চে ৰ পৰা ৩২ °চে লৈ হয়। গড় বাৰ্ষিক বৃষ্টিপাত ২৪১৬ মিমি।[3]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

উদ্ভিদ:

প্ৰাণী: হাতী,ঢেঁকীয়াপতিয়া বাঘ, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, সুগৰি পহু, বনৰীয়া গাহৰি ইত্যাদি।[4]

চৰাই-চিৰিকটি: হাড়গিলা,পাটিশগুণ, বৰটোকোলা,হাইঠা ইত্যাদি।

সৰীসৃপ: ফেঁটীসাপ, পাইথন, কাছ ইত্যাদি।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]