পূব কাৰ্বি আংলং অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
পূব কাৰ্বি আংলং অভয়াৰণ্য ( East Karbi Anglong Wildlife) Sanctuary
IUCN category IV (habitat/species management area)
অৱস্থান অসম, ভাৰত
ক্ষেত্ৰফল ২২১.৮১ বৰ্গ কিলোমিটাৰ[1]
গভাৰ্নিং বডী Department of Environment & Forests, Assam


পূব কাৰ্বি আংলং অভয়াৰণ্য (ইংৰাজী: East Karbi Anglong Wildlife Sanctuary) অসমকাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই কাৰ্বি আংলং-কাজিৰঙা লেণ্ডস্কেপৰ এটা উল্লেখযোগ্য অংশ৷

ইতিহাস[সম্পাদনা কৰক]

ভৌগিলিক বিৱৰণ[সম্পাদনা কৰক]

পূব কাৰ্বি আংলং অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২২১.৮১ বৰ্গকিলোমিটাৰ৷[2] ই গুৱাহাটী আৰু যোৰহাটৰ পৰা ক্ৰমান্বয়ে ১৯০ আৰু ১১০ কিমি দুৰত্বত অৱস্থিত।

জলবায়ু[সম্পাদনা কৰক]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

উদ্ভিদ:

প্ৰাণী: হাতী, বনৰীয়া মেকুৰী, শৰপহু, কেৰ্কেটুৱা, সুগৰি পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।[3]

চৰাই-চিৰিকটি: হাড়গিলা,পাটিশগুণ, বৰটোকোলা,হাইঠা,গলমণিকা ইত্যাদি।

সৰীসৃপ: ফেঁটীসাপ, পাইথন, পাহাৰীয়া কাছ, গুইঁ ইত্যাদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]