পাভৈ অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


পাভৈ অভয়াৰণ্য লক্ষীমপুৰ জিলাত অবস্থিত এখন অভয়াৰণ্য। ইয়াৰ মাটিকালি ৪৯ বৰ্গ কি.মি.। ই ঘাঁহনি, দলনি, পিতনি, বেতনি আৰু মিশ্ৰ চিৰসেউজ অৰণ্যশ্ৰেণীৰ দ্বাৰা গঠিত। বনৰীয়া ম'হ আৰু হাতীৰ বাবে এই অভয়াৰণ্য বিখ্যাত।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. বৰুৱা, শান্তনু কৌশিক (২০০১). অসম অভিধান. বনলতা.