পাভৈ অভয়াৰণ্য
পাভৈ অভয়াৰণ্য লক্ষীমপুৰ জিলাত অবস্থিত এখন অভয়াৰণ্য। ইয়াৰ মাটিকালি ৪৯ বৰ্গ কি.মি.। ই ঘাঁহনি, দলনি, পিতনি, বেতনি আৰু মিশ্ৰ চিৰসেউজ অৰণ্যশ্ৰেণীৰ দ্বাৰা গঠিত। বনৰীয়া ম'হ আৰু হাতীৰ বাবে এই অভয়াৰণ্য বিখ্যাত।[1]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ বৰুৱা, শান্তনু কৌশিক (২০০১). অসম অভিধান. বনলতা.
|