বৰনদী অভয়াৰণ্য
Jump to navigation
Jump to search
বৰনদী অভয়াৰণ্য (Bornadi Wildlife Sanctuary) | |
---|---|
অসমত বৰনদী অভয়াৰণ্যৰ অৱস্থিতি | |
অৱস্থান | দৰং, অসম, ভাৰত |
নিকটতম চহৰ | মঙ্গলদৈ |
স্থানাংক | 26°48′21″N 91°44′25″E / 26.80583°N 91.74028°Eস্থানাংক: 26°48′21″N 91°44′25″E / 26.80583°N 91.74028°E[1] |
মাটিকালি | 26.22 বৰ্গ কি.মি. (2,62,20,000 বৰ্গ মিটাৰ) |
প্ৰতিস্থা | ১৯৮০ |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
বৰনদী অভয়াৰণ্য (ইংৰাজী: Bornadi Wildlife Sanctuary) হিমালয়ৰ পাদদেশত আৰু ভূটানৰ সীমান্তত দৰং জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ইয়াৰ পশ্চিম সীমান্তইদি বৈ যোৱা বৰনদী নৈৰ নামেৰে এই অভয়াৰণ্যৰ নামকৰণ কৰা হৈছে৷
ইতিহাস[সম্পাদনা কৰক]
এই বনাঞ্চলক ১৯৮০ চনত মূলত: হিছপিড হেয়াৰ (Hispid Hare) আৰু নল গাহৰিৰ প্ৰতিৰক্ষা প্ৰদানৰ উদেশ্যে অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়া হয়৷[2].
ভৌগিলিক বিৱৰণ[সম্পাদনা কৰক]
বৰনদী অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২৬.২২ বৰ্গকিলোমিটাৰ[3] ইয়াৰ পশ্চিমদিশে বৰনদী নামৰ নৈ বৈ গৈছে৷ এই বনাঞ্চল মঙলদৈ চহৰ আৰু গুৱাহাটীৰ পৰা প্ৰায় ৭০ আৰু ১৩০ কিমি দূৰত্বত অৱস্থিত৷[4][1]
জলবায়ু[সম্পাদনা কৰক]
বৰনদী অভয়াৰণ্যৰ জলবায়ু উপ-ক্ৰান্তীয় (sub-tropical) ধৰণৰ৷[5]
জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]
- প্ৰাণী
- নল-গাহৰি, সোণালী বান্দৰ, গোধাফুটুকী বাঘ, হলৌ বান্দৰ, হাতী, ঢেঁকীয়াপতিয়া বাঘ, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, সুগৰি পহু, বনৰীয়া গাহৰি,ৰাংকুকুৰ, ভালুক, Small Indian Civet,Chinese Pangolin, Hispid Hare আদি৷[6]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 "Bornadi Wildlife Sanctuary". Wikimapia.org. http://wikimapia.org/17700627/Bornadi-Wildlife-Sanctuary। আহৰণ কৰা হৈছে: 2013-06-19.
- ↑ http://www.assaminfo.com/tourist-places/40/bornadi-wildlife-sanctuary.htm
- ↑ http://assamforest.in/NP_Sanctuaries/wls_Bornadi.php
- ↑ "Department of Environment & Forests (Government of Assam)". Assamforest.in. http://assamforest.in/NP_Sanctuaries/wls_Bornadi.php। আহৰণ কৰা হৈছে: 2013-06-19.
- ↑ Sharad Singh Negi (2002). Handbook of National Parks, Wildlife Sanctuaries and Biosphere Reserves in India. Indus Publishing. পৃষ্ঠা. 89–. ISBN 978-81-7387-128-3. http://books.google.com/books?id=JYFmoOWfmX8C&pg=PA89। আহৰণ কৰা হৈছে: 20 June 2013.
- ↑ "Wildlife Sanctuaries in Assam, National parks of Assam". Mapsofindia.com. 2013-04-05. http://www.mapsofindia.com/maps/wildlife/wildlife-assam.htm। আহৰণ কৰা হৈছে: 2013-06-19.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Bornadi Wild Life Sanctuary In Darrang, Assam at ebharat.in.
- Joseph A. Chapman; John E. C. Flux (1990). Rabbits, Hares and Pikas: Status Survey and Conservation Action Plan. IUCN. পৃষ্ঠা. 129–. ISBN 978-2-8317-0019-9. http://books.google.com/books?id=Q994k86i0zYC&pg=PA129। আহৰণ কৰা হৈছে: 20 June 2013.
|