বৰাইল অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary)
মানচিত্ৰত বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary)ৰ অৱস্থিতি
অৱস্থান কাছাৰ, অসম, ভাৰত
নিকটতম চহৰ শিলচৰ
মাটিকালি 326.24 বৰ্গ কি.মি. (32,62,40,000 বৰ্গ মিটাৰ)
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

বৰাইল অভয়াৰণ্য (ইংৰাজী: Borail Wildlife Sanctuary) অসমকাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।[1]

ইতিহাস[সম্পাদনা কৰক]

ভৌগিলিক বিৱৰণ[সম্পাদনা কৰক]

বৰাইল অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৩২৬.২৪ বৰ্গকিলোমিটাৰ।[2] এই বনাঞ্চল মূলতঃ পাৰ্বত্য অঞ্চলেৰে গঠিত। কিছু কিছু অংশ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত।[1] শিলচৰ আৰু কৰিমগঞ্জৰ পৰা ইয়াৰ দুৰত্ব ৪০ কিঃমিঃ।[2]

জলবায়ু[সম্পাদনা কৰক]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

  • উদ্ভিদ: মূলতঃ ক্ৰান্তীয় সেমেকা চিৰসেউজীয়া বনাঞ্চল আৰু অৰ্ধ চিৰসেউজীয়া বনাঞ্চল দেখা পোৱা যায়। তাৰোপৰি বিভিন্ন প্ৰজাতিৰ বাঁহ, ঘাঁহ আৰু অৰ্কিড দেখা যায়।
  • সৰীসৃপ: ফেঁটীসাপ, পাইথন, কাছ, গুইঁ ইত্যাদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Borail Wildlife Sancturary". enajori.com. enajori.com. http://enajori.com/wildlife/sanctuaries/borail-wildlife-sancturary/। আহৰণ কৰা হৈছে: 22 আগষ্ট 2013. 
  2. 2.0 2.1 "Borail Wildlife Sanctuaries". AMTRON. Department of Environment and Forests, Govt. of Assam. http://assamforest.in/NP_Sanctuaries/wls_Borail.php। আহৰণ কৰা হৈছে: 22 আগষ্ট 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বৰাইল বন্যপ্রাণী অভয়াৰণ্য ইতিহাস