অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকা
অৱয়ব
ৰাষ্ট্ৰীয় উদ্যানসমূহ
[সম্পাদনা কৰক]ক্ৰমিক নং | চিত্ৰ | ৰাষ্ট্ৰীয় উদ্যান | অৱস্থিতি | মাটিকালি (বৰ্গ কিঃমিঃ) | প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ |
১ | কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান | গোলাঘাট জিলা, নগাঁও | ১০৯০km²[1] | গঁড়, বাঘ, বনৰীয়া ম'হ, হলৌ বান্দৰ, হাতী, বৰা, শিহু | |
২ | ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান | তিনিচুকীয়া জিলা, ডিব্ৰুগড় | ৩৪০km² | অন্য ঘৰচীয়া ঘোঁৰা, বনৰীয়া ম'হ | |
৩ | ওৰাং ৰাষ্ট্ৰীয় উদ্যান | দৰং জিলা, শোণিতপুৰ জিলা | ২৯৯.১৪km² | গঁড়, বাঘ, হাতী | |
৪ | মানস ৰাষ্ট্ৰীয় উদ্যান | বাক্সা জিলা | ৯৫০km² | বাঘ, বনৰীয়া ম'হ, সোণালী বান্দৰ, নল গাহৰি | |
৫ | নামেৰী ৰাষ্ট্ৰীয় উদ্যান | শোণিতপুৰ জিলা | ২০০km² | বাঘ, ধনেশ, দেওহাঁহ, সোণালী মহাচিৰ (মাছ) | |
৬ | দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান | ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা | ২৩৪.২৬km² | হাতী, বাঘ, হলৌ বান্দৰ, দেওহাঁহ, ধনেশ | |
৭ | ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান | কোকৰাঝাৰ | ৪২২km² | সোণালী বান্দৰ, হাতী, নাহৰফুটুকী বাঘ, বনৰীয়া ম'হ, ফুটুকী হৰিণ, ধনেশ |
অভয়াৰণ্যসমূহ
[সম্পাদনা কৰক]ক্ৰমিক নং | চিত্ৰ | অভয়াৰণ্য | অৱস্থিতি | মাটিকালি (বৰ্গ কিঃমিঃ) | প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ |
১ | পবিতৰা অভয়াৰণ্য | মৰিগাঁও জিলা | ৩৮.৮০ | গঁড়, নাহৰ ফুটুকী, হুগৰি পহু, বিভিন্ন প্ৰকাৰৰ মাছ | |
২ | ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য | তিনিচুকীয়া জিলা | ৭.২২ | হলৌ বান্দৰ, নাহৰ ফুটুকী, টুপীয়া বান্দৰ | |
৩ | পানী দিহিং অভয়াৰণ্য | শিৱসাগৰ জিলা | ৩৩.৯৩ | হাতী, পৰিভ্ৰমী চৰাই | |
৪ | হোলোঙাপাৰ গিবন অভয়াৰণ্য | যোৰহাট জিলা | ২০.৯৮ | হলৌ বান্দৰ, হাতী, বান্দৰ | |
৫ | নামবৰ অভয়াৰণ্য | গোলাঘাট জিলা, কাৰ্বি আংলং জিলা | ৩৭ | শৰপহু, হাতী, হলৌ বান্দৰ, বাঘ | |
৬ | গৰমপানী অভয়াৰণ্য | গোলাঘাট জিলা, কাৰ্বি আংলং জিলা | ৬.৩৫ | হাতী, অৰ্কিড, গৰম পানীৰ উঁহ (উষ্ণ প্ৰস্ৰৱন) | |
৭ | নামবৰ-দৈগ্ৰুং অভয়াৰণ্য | গোলাঘাট জিলা, কাৰ্বি আংলং জিলা | ৯৭.১৫[2] | শৰপহু, হাতী, হলৌ বান্দৰ | |
৮ | পূব কাৰ্বি আংলং অভয়াৰণ্য | কাৰ্বি আংলং জিলা | ২২২ | শৰপহু, হাতী, হলৌ বান্দৰ, বাঘ | |
৯ | সোণাই-ৰূপাই অভয়াৰণ্য | শোণিতপুৰ জিলা | ২৩০ | শৰপহু, হাতী, দেওঁহাঁহ, বাঘ | |
১০ | বৰনদী অভয়াৰণ্য | বাক্সা জিলা, ওদালগুৰি জিলা | ২৬.২২ | নল গাহৰি, বনৰৌ, হাতী, কেটেলা পহু | |
১১ | চক্ৰশিলা অভয়াৰণ্য | ধুবুৰী জিলা | ৪৫.৫০ | সোণালী বান্দৰ, শৰ, হৰিণা | |
১২ | আমচোং অভয়াৰণ্য | কামৰূপ মহানগৰ জিলা | ৭৮.৬৪ | হাতী, শৰ, হলৌ বান্দৰ, নাহৰ ফুটুকী | |
১৩ | লাওখোৱা অভয়াৰণ্য | নগাঁও জিলা | ৭০.১৩ | হাতী, বাঘ, বনৰীয়া ম'হ | |
১৪ | বুঢ়া চাপৰি অভয়াৰণ্য | শোণিতপুৰ জিলা | ৪৪.০৬ | হাতী, বাঘ, বনৰীয়া ম'হ | |
১৫ | মাৰাট লংৰি অভয়াৰণ্য | কাৰ্বি আংলং জিলা | ৪৫১.০০ | বাঘ, নাহৰ ফুটুকী, হাতী, হলৌ বান্দৰ, জহামল, হুগৰি পহু, শৰপহু | |
১৬ | বৰাইল অভয়াৰণ্য | ডিমা হাছাও জিলা | ৩২৬.২৫ | ভালুক, হলৌ বান্দৰ, অৰ্কিড |
প্ৰস্তাৱিত অভয়াৰণ্যসমূহ
[সম্পাদনা কৰক]ক্ৰমিক নং | চিত্ৰ | ৰাষ্ট্ৰীয় উদ্যান/অভয়াৰণ্য | অৱস্থিতি | মাটিকালি (বৰ্গ কিঃমিঃ) | প্ৰাপ্য জীৱ-জন্তু/ আন আকৰ্ষণ |
১ | বৰদৈবাম বিলমুখ | লখিমপুৰ | ১১.২৫ | পৰিভ্ৰমী চৰাই, স্থানীয় জলচৰ চৰাই | |
২ | দিপৰ বিল | কামৰূপ মহানগৰ জিলা | ৪.১৪ | পৰিভ্ৰমী চৰাই, হাতী | |
৩ | উত্তৰ কাৰ্বি আংলং | কাৰ্বি আংলং | ৯৬.০০ | হলৌ বান্দৰ, বাঘ, হাতী |
পক্ষী উদ্যানসমূহ
[সম্পাদনা কৰক]- বৰদৈবাম বিলমুখ পক্ষী উদ্যান
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Kaziranga National Park". nagaon.gov.in. Archived from the original on 4 August 2021. https://web.archive.org/web/20210804153932/https://nagaon.gov.in/frontimpotentdata/kaziranga-national-park#:~:text=Kaziranga%20National%20Park%20lies%20partly,Anglong%20hills%20on%20the%20South.। আহৰণ কৰা হৈছে: 11 June 2021.
- ↑ "Nambor - Doigrung Wildlife Sanctuaries". Department of Environment & Forests, Government of Assam. 2013-04-05. Archived from the original on 2013-05-16. https://web.archive.org/web/20130516062806/http://assamforest.in/NP_Sanctuaries/wls_nDoigrung.php। আহৰণ কৰা হৈছে: 2013-06-17.
- A Glimpse of National Parks...... Director, Forest Communnication, Forest Dept. Assam 2006
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|