উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(উত্তৰ কাৰ্বি আংলংৰ পৰা পুনঃনিৰ্দেশিত)
উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য ( North Karbi Anglong Wildlife Sanctuaries (Proposed))
IUCN category IV (habitat/species management area)
অৱস্থান অসম, ভাৰত
গভাৰ্নিং বডী Department of Environment & Forests, Assam


উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য (ইংৰাজী: North Karbi Anglong Wildlife Sanctuaries ) অসমকাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে অৱস্থিত আৰু সেয়ে জীৱ-জন্তুৰ পৰিভ্ৰমণৰ দিশৰ পৰা ইয়াৰ গুৰুত্ব অপৰিসীম।

ইতিহাস[সম্পাদনা কৰক]

ভৌগিলিক বিৱৰণ[সম্পাদনা কৰক]

ই যোৰহাট আৰু ডিফুৰ পৰা ক্ৰমান্বয়ে ৮৮ আৰু ২০৫ কিমি দুৰত্বত অৱস্থিত।[1]

জলবায়ু[সম্পাদনা কৰক]

জৈৱবৈচিত্ৰ্য[সম্পাদনা কৰক]

উদ্ভিদ:

প্ৰাণী: ঢেঁকীয়াপতিয়া বাঘ,শৰপহু, হাতী, বনৰীয়া মেকুৰী,লাজুকী বান্দৰ, কেৰ্কেটুৱা, সুগৰি পহু, বনৰীয়া গাহৰি,অসমীয়া বান্দৰ,মলুৱা বান্দৰ, হলৌ বান্দৰ ইত্যাদি।[2]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]