সমললৈ যাওক

টি স্বামীনাথন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থিৰুমালৰায়া স্বামীনাথন
 ভাৰতn
এম্বেছেদৰ
to  বেলজিয়াম
কাৰ্যকাল
16 December 1966  20 January 1970
পূৰ্বসূৰী কে. বি. লাল
উত্তৰসূৰী ভাগৱত প্ৰসাদ ৰাওজীভাই পেটেল
ভাৰতৰ কেবিনেট সচিব
কাৰ্যকাল
1 December 1970  2 November 1972
পূৰ্বসূৰী বি.শিৱৰমণ
উত্তৰসূৰী বি.দি.পাণ্ডে
ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত
কাৰ্যকাল
১৯৭৩  ১৯৭৭
পূৰ্বসূৰী নগেন্দ্ৰ সিং
উত্তৰসূৰী এছ. এল. শ্বাকধৰ

টি স্বামীনাথন সম্পূৰ্ণ নাম থিৰুমালৰায়া স্বামীনাথন, ১৯৭০ চনৰ ১ ডিচেম্বৰৰ পৰা ১৯৭২ চনৰ ২ নৱেম্বৰলৈকে ভাৰতৰ কেবিনেট সচিব আছিল। তেওঁ ভাৰতীয় অসামৰিক সেৱা (আই চি এছ)ৰ সদস্য আছিল। স্বামীনাথনে ১৯৭৩ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ১৯৭৭ চনৰ ১৭ জুনলৈকে ভাৰতৰ ৫ম মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বাহ্যিক লিংক

[সম্পাদনা কৰক]