সমললৈ যাওক

ডগৰ টুডু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডগৰমণি টুডু

ডগৰ টুডু
জন্ম ১৮ মে’ ১৯৯৮
পুৰুলিয়া, পশ্চিমবংগ, ভাৰত
পেচা চাঁওতালি অভিনেত্ৰী আৰু গায়িকা

ডগৰমণি টুডু হৈছে এগৰাকী ভাৰতীয় চাঁওতালি চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। তেওঁ চাঁওতালি আৰু বাংলা গীতত কণ্ঠদান কৰে। বৰ্তমান তেওঁ ট্ৰাইব টিভিৰ বাতৰি পৰিৱেশক হিচাপে কাম কৰি আছে। দ্বাদশ দাদাচাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত "আশা" ছবিত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।[1][2][3][4][5]

১৯৯৮ চনৰ ১৮ মে’ত ভাৰতৰ পশ্চিম বংগৰ পুৰুলিয়া জিলাত ডগৰ টুডুৰ জন্ম হৈছিল। তেওঁ এগৰাকী চাঁওতালি অভিনেত্ৰী, চাঁওতালি আৰু বাংলা ভাষাৰ কণ্ঠশিল্পী আৰু গীতিকাৰ। তেওঁ পাশ্চাত্য সংগীত, ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু চাঁওতালি পৰম্পৰাগত গীত পৰিবেশন কৰে। তেওঁৰ প্ৰকৃত নাম ডগৰমণি টুডু।[6][7] তেওঁ ৰাণীবন্ধ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Dagar Tudu को 'आशा' में बेहतरीन एक्टिंग के लिए मिला अवॉर्ड,दादा साहब फाल्के पुरस्कार से किया गया सम्मानित" (hi ভাষাত). Prabhat Khabar. https://www.prabhatkhabar.com/entertainment/jhollywood/dagar-tudu-wins-best-actress-award-in-dada-saheb-phalke-film-festival-for-santhali-film-asha-dvy আহৰণ কৰা হৈছে: 2022-06-01.
  2. "Pallavi Dey-Dagar Tudu: ডগৰৰা যদি জিততে পাৰে, পল্লবীৰা কেন হাল ছেড়ে দেয়?". Zee24Ghanta.com. 2022-05-19. https://zeenews.india.com/bengali/entertainment/tv-actress-pallavi-deys-death-mystery-and-santali-actress-dagar-tudu-won-dada-saheb-phalke-film-festival-award-the-side-of-tele-industry_431905.html আহৰণ কৰা হৈছে: 2022-06-01.
  3. সংবাদদাতা, নিজস্ব. "সাঁওতালি ভাষায় কাজ কৰে ইতিমধ্যেই তাৰকা! পুৰুলিয়াৰ এই তৰুণী পেয়েছেন বহু পুৰস্কাৰ". www.anandabazar.com. https://www.anandabazar.com/photogallery/who-is-dagar-tudu-who-won-best-actress-for-a-film-at-12th-dada-saheb-phalke-film-festival-dgtl-photogallery/cid/1344673 আহৰণ কৰা হৈছে: 2022-06-01.
  4. Singhal, Sadhika (2022-05-23). "Dagar Tudu Biography, Wiki, Age, Family, Height, Nationality" (en-US ভাষাত). Archived from the original on 2022-06-10. https://web.archive.org/web/20220610030304/https://champaknews.com/dagar-tudu-biography/ আহৰণ কৰা হৈছে: 2022-06-01.
  5. Ganguly, Payel (2022-05-18). "Dagar Tudu: শ্ৰেষ্ঠ অভিনেত্ৰী সাঁওতালি ডগৰ" (en-US ভাষাত). KEYখবৰ | Latest Bengali News. https://keykhabor.com/news/entertainment/dagar-tudu-best-actress/ আহৰণ কৰা হৈছে: 2022-06-01.
  6. "Dagar Tudu" (en-US ভাষাত). Sar Sagun Patrika. Archived from the original on 2023-05-29. https://web.archive.org/web/20230529073350/https://www.sarsagunpatrika.com/tag/dagar-tudu আহৰণ কৰা হৈছে: 2023-05-29.
  7. SagunDD (2020-09-01). "পছন্দেৰ প্ৰিয় নায়িকা ডগৰ টুডু ট্ৰাইব টাইম টিভিৰ শুটিংয়ে" (en-US ভাষাত). Sar Sagun Patrika. Archived from the original on 2023-05-29. https://web.archive.org/web/20230529073353/https://www.sarsagunpatrika.com/2020/09/favorite-heroine-dagar-tudu-is-shooting-on-tribe-time-tv.html আহৰণ কৰা হৈছে: 2023-05-29.