সমললৈ যাওক

ডেভিদ কাৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেভিদ কাৰ্ড

২০২১ চনত ডেভিদ কাৰ্ড
জন্ম ১৯৫৬ (বয়স ৬৯৭০)
গুৱেলফ, অণ্টাৰিঅ', কানাডা
ক্ষেত্ৰ শ্ৰমিক অৰ্থনীতি
শিক্ষানুষ্ঠান কিংষ্টনত কুইন্স বিশ্ববিদ্যালয় (বিএ)
প্ৰিন্সটন বিশ্ববিদ্যালয় (এমএ, পিএইচডি)
ডক্তৰেল পৰামৰ্শদাতা অৰ্লি এশেনফেল্টাৰ[1]
ডক্তৰেল বিদ্যাৰ্থী থমাছ লেমিউক্স
ফিলিপ বি. লেভিন
ক্ৰিষ্টফ এম শ্মিট
মাইকেল গ্ৰীণষ্টোন
জেছি ৰথষ্টাইন
ফিলিপ অৰেপুলোচ
ডেভিদ লী আলেকজেণ্ডাৰ মাচ
জেনেট কুৰি
লিছা বেৰো
এনৰিকো মোৰেট্টি
মিগুৱেল উৰকুইওলা
নিকোল মেষ্টাচ
ফাৰ্নাণ্ডো ভি ফেৰেৰা
হিথাৰ ৰয়ৰ
উল্লেখনীয় বঁটা অৰ্থনীতি বিজ্ঞানৰ ন'বেল স্মাৰক বঁটা, ২০২১

ডেভিদ এডৱাৰ্ড কাৰ্ড (ইংৰাজী: David Card, জন্ম: ১৯৫৬) এগৰাকী কানাডিয়ান আমেৰিকান শ্ৰমিক অৰ্থনীতিবিদ আৰু বাৰ্কলেৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক। তেওঁ জছুৱা এংৰিষ্ট আৰু গুইডো ইমবেন্সৰ সৈতে যুটীয়াভাৱে ২০২১ চনৰ অৰ্থনৈতিক বিজ্ঞানৰ ন'বেল স্মাৰক বঁটা লাভ কৰে। কাৰ্ডে "শ্ৰমিক অৰ্থনীতিত তেওঁৰ অভিজ্ঞতামূলক অৱদানৰ বাবে" বঁটাৰ লগত মুঠ ধনৰাশিৰ অৰ্ধাংশ লাভ কৰে আৰু বাকী অৰ্ধাংশ এংৰিষ্ট আৰু ইমবেন্সে "কাৰণমূলক সম্পৰ্কৰ বিশ্লেষণত তেওঁলোকৰ পদ্ধতিগত অৱদানৰ বাবে" বঁটাটোৰ এক চতুৰ্থাংশকৈ লাভ কৰে।[2][3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]