তথাগত অৱতাৰ তুলসী
তথাগত অৱতাৰ তুলসী | |
---|---|
![]() | |
জন্ম | ০৯ ছেপ্টেম্বৰ, ১৯৮৭ (৩৫ বছৰ) পাটনা |
জাতীয়তা | ![]() |
ক্ষেত্ৰ | পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | ভাৰতীয় প্ৰযুক্তিবিদ্যা সংস্থান, ব'ম্বে, মুম্বাই |
শিক্ষানুষ্ঠান | ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান পাটনা বিজ্ঞান মহাবিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | অধ্যাপক অপূৰ্ৱ পেটেল |
তথাগত অৱতাৰ তুলসী (জন্ম ৯ ছেপ্টেম্বৰ ১৯৮৭) এজন ভাৰতীয় পদাৰ্থবিদ। তেওঁ বিস্ময় বালক হিচাপে প্ৰখ্যাত। তুলসীয়ে ৯ বছৰ বয়সত হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি পাটনা বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ১০ বছৰ বয়সত বি. এছ. ছি. আৰু ১২ বছৰ বয়সত এম. এছ. ছি. ডিগ্ৰী লাভ কৰে। ২০০৯ চনৰ আগষ্ট মাহত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান বাংগালোৰৰ পৰা ২২ বছৰ বয়সতে পদাৰ্থবিজ্ঞানত পি. এইছ. ডি. ডিগ্ৰী অৰ্জন কৰে। [1] ২০১০ চনৰ জুলাই মাহত আই আই টি ব'ম্বেই তেওঁক সহকাৰী অধ্যাপকৰ চুক্তিকালীন পদ (সদ্য পি এইছ ডি প্ৰাপ্তৰ বাবে অস্থায়ী শিক্ষক পদ) আগবঢ়ায়। বৰ্তমান তুলসী আই আই টি ব'ম্বেত কৰ্মৰত।[2][3][4] বহুতো ভাৰতীয় সংবাদপত্ৰৰ মতে তেওঁ অদ্যাপি নিযুক্তিপ্ৰাপ্ত ভাৰতীয় প্ৰযুক্তিবিদ্যা সংস্থানৰ অধ্যাপক সকলৰ ভিতৰত কনিষ্ঠতম।[5]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Youngest PhD and shortest thesis; টাইমছ অৱ ইণ্ডিয়া
- ↑ Dr Tathagat Tulsi, 22, becomes Professor Tulsi at IIT Bombay; দা ইণ্ডিয়ান এক্সপ্ৰেছ; আহৰণ: ১২ মাৰ্চ, ২০১২
- ↑ Dr Tathagat Tulsi, 22, becomes Professor Tulsi at IIT Bombay; দা ফাইনাঞ্চিয়েল এক্সপ্ৰেছ; আহৰণ: ১২ মাৰ্চ, ২০১২
- ↑ Dr Tathagat Tulsi, 22, becomes Professor Tulsi at IIT Bombay; এম এছ এন নিউজ; আহৰণ: ১২ মাৰ্চ, ২০১২
- ↑ আই আই এছ ছিত তথাগতৰ ৱেবপে'জত এই সম্পৰ্কীয় তথ্য
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- তথাগতৰ আই আই টি ব'ম্বেৰ ৱেবপে'জ
- তথাগতৰ ফে'চবুক পে'জ
- তথাগতৰ আই আই এছ ছিৰ ৱেবপে'জ
- Dr. Tulsi: Despite past persecution prefers India টেকগ্ৰছ.কম
- Boy wonder in top science league ডেক্কান ক্ৰ'নিকল
- Prodigy to Doctor ডেক্কান ক্ৰ'নিকল
- Whiz kid Tulsi has quantum designs on the worldফাইনেন্সিয়েল ক্ৰ'নিকল
- Meet Dr Tathagat Avatar Tulsi, he is 21 ৰেডিফ.কম
- Look who’s all grown up now ইণ্ডিয়ান এক্সপ্ৰেছ
- Interview with Tathagat Avatar Tulsi
- Showcasing genius on screen দ্য হিন্দু
- Interview with the genius, Guinness world record holder Tathagat Avatar Tulsi লেটেষ্টছেছ.কম
- BSc at 10, MSc at 12, soon to take his PhD নিউ ইণ্ডিয়ান এক্সপ্ৰেছ
- Stock Exchange Of Visions: Visions of Tathagat Avatar Tulsi (Video Interviews)
- Cover Story on Prodigies টাইম আলোচনী
- My World: Formula for Success শুকুৰবাৰৰ আলোচনী, গালফ্ নিউজ
- Indian Prodigy aims high বি বি চি
- Indian Institute of Science: India's crucible for innovation
- A year of awards for Indians
- John Templeton Foundation