তৰণ দুৱাৰা
অৱয়ব
| তৰণ দুৱৰা | |
|---|---|
| জন্ম | ডিব্ৰুগড় |
| মৃত্যু | ১৯৯৮ |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
তৰণ দুৱাৰা (ইংৰাজী: Tarun Duwara) হৈছে এগৰাকী অসমীয়া চিত্ৰশিল্পী।[1]
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]১৯২১ চনৰ ডিব্ৰুগড়ত হৈছিল।
চিত্ৰ জগতলৈ অৱদান
[সম্পাদনা কৰক]হেমন্ত মিশ্ৰ আৰু আশো দেৱৰ দৰে কুৰি শতিকাৰ চল্লিছৰ দশকত দুৱৰাই ছবি আঁকিছিল,তেওঁ অকাঁ "শিপিনী" তথা " তাঁতশাল" ছবিয়ে দেশৰ আন ঠাইতো চিত্ৰৰসিকৰ মন আকৰ্ষণ কৰিছিল।[2]
মৃত্যু
[সম্পাদনা কৰক]১৯৯৮ চনত তেওঁৰ মৃত্যু হয়।