দংগল
Jump to navigation
Jump to search
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে৷ আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
দংগল | |
---|---|
পৰিচালক | নিতেশ তিৱাৰী |
প্ৰযোজক | আমিৰ খান কিৰণ ৰাঁও সিদ্ধাৰ্থ ৰয় কাপুৰ |
লেখক | নিতেশ তিৱাৰী পিযুজ গুপ্তা শ্ৰেয়চ জৈন নিখিল মেহৰোত্ৰা |
সূত্ৰধাৰ | অপাৰশক্তি খুৰানা |
অভিনয়ত | আমিৰ খান সাক্ষী তনৱাৰ ফাতিমা চানা শ্বেখ জাইৰা ৱাছিম ছানয়া মালহোত্ৰা Suhani Bhatnagar অপাৰশক্তি খুৰানা গিৰিশ কুলকৰ্ণী |
সংগীত পৰিচালক | প্ৰীতম |
চিত্ৰগ্ৰহণকাৰী | সেতু (সত্যজিত পাণ্ডে) |
সম্পাদনা | বাল্লু চালুজা |
ষ্টুডিঅ’ | আমিৰ খান প্ৰডাকচন Walt Disney Pictures India |
পৰিবেশক | UTV Motion Pictures |
মুক্তি | ২১ ডিচেম্বৰ ২০১৬(United States) ২৩ ডিচেম্বৰ ২০১৬ (India) ৫ মে' ২০১৭ (China) |
দৈৰ্ঘ্য | ১৬১ মিনিত |
দেশ | ভাৰত |
ভাষা | হিন্দী |
বাজেট | ₹৭০ কোটি |
সৰ্বমুঠ আয় | প্ৰায় ₹ 2,024–2,100 কোটি |
দংগল (ইংৰাজী: दंगल, অৰ্থ: মল্লযুদ্ধ) হৈছে ২০১৬ চনৰ ২৩ ডিচেম্বৰত মুক্তিপ্ৰাপ্ত ভাৰতীয় পৰিচালক নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখন জীৱনীবিষয়ক ক্ৰীড়াকেন্দ্ৰিক চলচ্চিত্ৰ। আমিৰ খানে ছবিখনত মহাবীৰ সিং ফোগাটৰ চৰিত্ৰত অভিনয় কৰিছে যি তেওঁৰ দুইজনী জীয়েক গীতা ফোগাট আৰু ববিতা কুমাৰীক মল্লযুদ্ধৰ শিক্ষা প্ৰদান কৰে। ২০১০ চনৰ কমনৱেলথ গেমচত গীতাই স্বৰ্ণ পদক আৰু ববিতাই ৰূপৰ পদক অৰ্জন কৰিছিল।