দামেলী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Dameli
Dāmya bāṣa
থলুৱা অঞ্চল Pakistan
অঞ্চল Khyber Pakhtunkhwa
জাতীয়তা Damia
স্থানীয় ভাষিক
5,000 (2001)e18
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 dml
গ্লোটোলগ dame1241[1]

দামেলী, দামীয়া বা গিদোজ[2] এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি প্ৰায় ৫০০০ লোকৰ দ্বাৰা মুখ্যতঃ পাকিস্তানখাইবৰ-পাখতুনখোৱা প্ৰান্তৰ চিত্ৰল জিলাৰ ডোমেল চহৰত ব্যৱহাৰ কৰা হয়।

ডোমেল বা ডামেল উপত্যকা ড্ৰোছৰ প্ৰায় দহ মাইল দক্ষিণ দিশে অৱস্থিত, যি চিত্ৰল বা কুনাৰ নদীৰ পূব দিশে স্থিত। তাৰ মাজেৰেই মিৰখানি দুৰ্গৰ পৰা অৰণ্ডুলৈ যোৱা পথ পাৰ হয়।

ডামেলী সেই গাওঁসমূহৰ মুখ্য ভাষা য'ত এই ভাষা ব্যৱহাৰ হয়, আৰু এই ভাষা প্ৰায় সকলো ল'ৰা-ছোৱালীয়েই সেই অঞ্চলসমূহত শিকে। সেই জনসংখ্যাৰ প্ৰায় লোকেই দ্বিতীয় ভাষা হিচাপে পশ্তো ভাষাও শিকে। কোনো কোনোৱে খোৱাৰ আৰু উৰ্দু ভাষাও শিকে। তথাপিও সেই অঞ্চলত বৃহৎ ভাষিক পৰিৱৰ্তনৰ কোনো চিন দেখা দিয়া নাই, আৰু দামেলী এটি সুৰক্ষিত ভাষা।

শিক্ষা[সম্পাদনা কৰক]

এমিল পেৰ্ডেৰৰ ফীল্ড কৰ্মৰ ভিত্তিত লিখা ২০১৩ চনৰ গৰেষণা গ্ৰন্থ "এ গ্ৰামাটিকেল ডেস্ক্ৰিপ্সন অৱ দামেলী" হ'ল দামেলী ভাষাৰ প্ৰথম সম্পূৰ্ণ বিৱৰণী। পেৰ্ডেৰৰ কামৰ আগত, দামেলী ভাষাৰ বিষয়ে তথ্য মুখ্যতঃ গিয়ৰ্গ মৰ্গেনষ্টিয়াৰ্ণৰ প্ৰবন্ধ এটাৰ পৰা লোৱা হৈছিল, যি ১৯৪২ চনত প্ৰকাশিত হৈছিল: "ন'টছ অন দামেলী: এ কাফিৰ-দাৰ্দিক লেংগুৱেজ অৱ দ্য চিত্ৰল"। কেণ্ডাল ডেকাৰৰ ১৯৯২ চনৰ এক সামাজিক-ভাষিক চাৰ্ভে'টো দামেলী ভাষাৰ বিষয়ে এটি অধ্যায় আছে।

বৰ্গীকৰণ[সম্পাদনা কৰক]

দামেলী ভাষাক এটি ভাৰতীয়-আৰ্য ভাষা গণ্য কৰা হয়, যি দাৰ্দিক গোটৰ অন্তৰ্গত। দাৰ্দিক ভাষাসমোহক আগতে ভাৰতীয়-ইৰানীয় গোটৰ ভিতৰত এক স্বতন্ত্ৰ উপ-গোট বুলি ভবা হৈছিল, কিন্তু বৰ্তমানে মৰ্গেনষ্টিয়াৰ্ণৰ গৱেষণাৰ আধাৰত, দাৰ্দিক ভাষাসমূহক ভাৰতীয়-আৰ্য ভাষা পৰিয়ালৰেই এটি অংশ জ্ঞান কৰা হয়।[3]

ধ্বনি তত্ত্ব[সম্পাদনা কৰক]

তলত দামেলী ভাষাত ব্যৱহৃত ধ্বনিসমূহ দিয়া হৈছে।[4]

স্বৰধ্বনি[সম্পাদনা কৰক]

Front Back
High i, iː u
Mid e, eː
Low a ɑː

ব্যঞ্জনধ্বনি[সম্পাদনা কৰক]

Labial Coronal Retroflex Palatal Velar Uvular Glottal
Nasal m n ɳ (ŋ)
Stop voiceless p t ʈ k (q)
voiced b d ɖ ɡ
aspirated ʈʰ
Affricate plain ts
aspirated tsʰ tʂʰ tʃʰ
Fricative voiceless s ʂ ʃ x h
voiced ʐ ʒ ɣ
Approximant l j w
Rhotic r rʲ ~ ç (?)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Dameli". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/dame1241. 
  2. "Languages of Hindukush" (en-US ভাষাত). University of Chitral. Archived from the original on 2022-02-09. https://web.archive.org/web/20220209224834/https://uoch.edu.pk/index.php/languages-of-hindukush/। আহৰণ কৰা হৈছে: 2022-10-16. 
  3. Jain, Danesh; Cardona, George, eds (2007). "The Indo-Aryan languages". The Indo-Aryan languages. p. 905. ISBN 978-0415772945. "'Dardic' is a geographic cover term for those Northwest Indo-Aryan languages which [..] developed new characteristics different from the IA languages of the Indo-Gangetic plain. Although the Dardic and Nuristani (previously 'Kafiri') languages were formerly grouped together, Morgenstierne (1965) has established that the Dardic languages are Indo-Aryan, and that the Nuristani languages constitute a separate subgroup of Indo-Iranian." 
  4. Edelman, D. I. (1983). The Dardic and Nuristani Languages. প্ৰকাশক Moscow: Institut vostokovedenii︠a︡ (Akademii︠a︡ nauk SSSR). পৃষ্ঠা. 129. 

আৰু পঢ়ক[সম্পাদনা কৰক]

  • Decker, Kendall D. (1992) Languages of Chitral. Sociolinguistic Survey of Northern Pakistan, 5. Islamabad: National Institute of Pakistan Studies, Quaid-i-Azam University and Summer Institute of Linguistics. xxii, 257 p. আই.এচ.বি.এন. 969-8023-15-1.
  • Morgenstierne, Georg (1926) Report on a Linguistic Mission to Afghanistan. Instituttet for Sammenlignende Kulturforskning, Serie C I-2. Oslo. আই.এচ.বি.এন. 0-923891-09-9.
  • Morgenstierne, Georg (1942) "Notes on Dameli. A Kafir-Dardic Language of Chitral." Norsk Tidsskrift for Sprogvidenskap Vol. 12: 115 - 198.
  • Perder, Emil (2013) A Grammatical Description of Dameli. Dissertation, Stockholm: Department of Linguistics, Stockholm University. আই.এচ.বি.এন. 9789174477702.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]