দীপ গগৈ
অৱয়ব
দীপ গগৈ | |
---|---|
লোকসভাৰ সাংসদ কলিয়াবৰ লোকসভা সমষ্টি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০০২ | |
পূৰ্বসূৰী | তৰুণ গগৈ |
অসম বিধানসভাৰ বিধায়ক তিতাবৰ | |
কাৰ্যকাল ২০০১ – ২০০১ | |
পূৰ্বসূৰী | হেমন্ত কলিতা |
উত্তৰসূৰী | তৰুণ গগৈ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৭ ডিচেম্বৰ, ১৯৫১ (৭৩ বছৰ) যোৰহাট, অসম, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | মিতালি গগৈ |
শিক্ষানুষ্ঠান | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
30 August, 2012-ৰ তথ্য উৎস: [1] |
দীপ গগৈ (জন্ম ১৭ ডিচেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আৰু লোকসভাত অসমৰ কলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।
পৃষ্ঠভূমি
[সম্পাদনা কৰক]গগৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ পত্নী মিতালি গগৈ। [1][2]
ৰাজনৈতিক কেৰিয়াৰ
[সম্পাদনা কৰক]গগৈয়ে ২০০১ চনত অসম বিধানসভালৈ তিতাবৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল[1] যদিও কেইমাহমান পিছতে সেই আসন ভাতৃ তৰুণ গগৈৰ বাবে খালী কৰি দিয়ে। [1][3] তাৰ পিছত তেওঁ তৰুণ গগৈয়ে প্ৰতিনিধিত্ব কৰি থকা কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা উপ-নিৰ্বাচনত নিৰ্বাচনত অৱতীৰ্ণ হৈ সাংসদ হিচাপে নিৰ্বাচিত হয়। [1] ২০০৪ আৰু ২০০৯ চনত দীপ গগৈ পুনৰ লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়। [1][1]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 "Shri Dip Gogoi". Government of India. http://india.gov.in/govt/loksabhampbiodata.php?mpcode=3956। আহৰণ কৰা হৈছে: 30 August 2012.
- ↑ "Dip Gogoi". Netapedia. Archived from the original on 3 March 2016. https://web.archive.org/web/20160303212228/http://www.netapedia.in/neta.php?str=1671। আহৰণ কৰা হৈছে: 30 August 2012.
- ↑ "Dip Gogoi to relinquish his Titabar seat for brother Tarun". The Sentinel. 15 May 2001. Archived from the original on 27 April 2005. https://web.archive.org/web/20050427122451/http://www.axom.faithweb.com/election/news/may1115-2.html। আহৰণ কৰা হৈছে: 30 August 2012.