দুআ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

ইছলামী পৰিভাষাত, দুআ (আৰবী: دُعَاء, বহুবচন: أدْعِيَة; বহুত সময়ত: 'দুয়া'[1]) শব্দটোৰ আক্ষৰিক অৰ্থ 'আহ্বান' বা 'মাতা', যিটো এটা পদ্ধতি-সিদ্ধ মিনতি প্ৰক্ৰিয়া। এই শব্দটো আহিছে এটা আৰবী শব্দৰ পৰা যাৰ অসমীয়া অনুবাদ মাতা বা তলব কৰা আৰু মুছলিম সকলে ইয়াক আইন হিচাপে আৰু বিবেচনা কৰি পালন কৰি থাকে। ইছলাম ধৰ্মৰ নবী মুহাম্মাদে(ছাঃ) কৈছে:দুআ উপাসনাৰ সাৰাংস; আৰু আল্লাহে তেখেতৰ প্ৰেৰিত ধৰ্মগ্ৰন্থ কোৰআনত কৈছে:

আৰু তোমাৰ প্ৰতিপালকে কয়: "মোক মাতা; মই উত্তৰ দিম (তোমালোকৰ প্ৰাৰ্থনাত) [2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Bombay High Court:Haji Bibi vs H.H. Sir Sultan Mahomed Shah 1 September 1908". Russell, High Court of Bombay. http://www.indiankanoon.org/doc/1531123/। আহৰণ কৰা হৈছে: 26 March 2012. 
  2. কোৰআন, ছূৰা ৪০(গাফিৰ), আয়াত