সমললৈ যাওক

ছূৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছূৰা আল ফাতিহা, কোৰআনৰ প্ৰথম ছূৰা।

ছূৰা (আৰবী: سورة) হৈছে ইছলামী পৰিভাষাত মুছলিম সকলৰ ধৰ্মগ্ৰন্থ কোৰআনৰ একোটা অধ্যায়ৰ নাম। কিন্তু এইটো সাধাৰণ কিতাপৰ অধ্যায়ৰ নিচিনা নহয় বৰঞ্চ বিশেষভাৱে কেৱল কোৰআনৰ বৈশিষ্টৰ বাবেই ইয়াৰ উৎপত্তি। সেয়েহেই এইটো প্ৰকৃত অৰ্থত এটা কোৰআনিক পৰিভাষা; যাক কেৱল কোৰআনৰ দৃষ্টিকোণৰ পৰাই ব্যাখ্যা কৰিব পৰা যায়। কোৰআনৰ প্ৰথম ছূৰা হ'ল- 'আল ফাতিহা' আৰু শেষ ছূৰাৰ নাম হ'ল- 'আন-নাছ'। দীৰ্ঘতম ছূৰা হ'ল- 'আল-বাক্বাৰা'। 'ছূৰা আত-তৌবাহ'ৰ বাহিৰে সকলো ছূৰাৰ আৰম্ভণিতে আছে বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম এটা ছূৰা বা ইয়াত অংশবিশেষ অৱতীৰ্ণ হোৱাৰ প্ৰেক্ষাপট বা ইতিহাসক কোৱা হয়- শ্বানে নুযূল

কোৰআনৰ ছূৰা সমূহৰ তালিকা

[সম্পাদনা কৰক]

কোৰআনত সৰ্বমোট ১১৪টা ছূৰা আছে। কোৰআনৰ ছূৰাৰ অৱস্থানক্ৰম ইছলামৰ তৃতীয় খলিফা ওচমান (ৰাঃ)ৰ নেতৃত্বত নিম্নৰূপ নিৰ্ধাৰণ কৰা হয়। ছূৰা সমূহৰ নামৰ কাষত বন্ধনীৰ মাজত অসমীয়া অৰ্থ দিয়া হৈছে।

ছূৰাৰ ক্ৰমিক নং অসমীয়া উচ্চাৰণ নাম (আৰবী) অসমীয়াত নামৰ অৰ্থ আয়াতৰ সংখ্যা অৱতীৰ্ণৰ স্থান অৱতীৰ্ণৰ অনুক্ৰম
আল ফাতিহা الفاتحة সূচনা মক্কা ০০৫
আল বাকাৰা البقرة চেউৰী ২৮৬ মদিনা ০৮৭
আল-ইমৰান آل عمران ইমৰাণৰ পৰিয়াল ২০০ মদীনা ০৮৯
আন-নিশা النّساء নাৰী ১৭৬ মদীনা ০৯২
আল-মা'ইদা المآئدة খাদ্য পৰিৱেশিত টেবুল ১২০ মদীনা ১১২
আল-আন'আম الانعام গৃহপালিত পশু ১৬৫ মক্কা ০৫৫
আল-আৰফ الأعراف ওখ স্থানসমূহ ২০৬ মক্কা ০৩৯
আল-আনফল الأنفال যুদ্ধত- লব্ধ সম্পদ ৭৫ মদীনা ০৮৮
আত-তৌবাহ التوبة অনুশোচনা ১২৯ মদীনা ১১৩
১০ ইউনুছ يونس নবী ইউনুছ ১০৯ মক্কা ০৫১
১১ হুদ هود নবী হুদ ১২৩ মক্কা ০৫২
১২ ইউছুফ يوسف নবী ইউছুফ ১১১ মক্কা ০৫৩
১৩ আৰ-ৰ'দ الرّعد বজ্ৰপাত ৪৩ মদীনা ০৯৬
১৪ ইব্ৰাহিম إبراهيم নবী ইব্ৰাহিম ৫২ মদীনা ০৭২
১৫ আল-হিজৰ الحجر শিলাময় পাহাৰ ৯৯ মক্কা ০৫৪
১৬ আন-নাহল النّحل মৌমাখি ১২৮ মক্কা ০৭০
১৭ বনী ইছৰাঈল الإسرا ইজৰাইলৰ বংশধৰ ১১১ মক্কা ০৫০
১৮ আল কাহফ الكهف গুহা ১১০ মক্কা ০৬৯
১৯ মাৰইয়াম مريم মাৰইয়াম (নবী ঈছা/যীশুৰ মা) ৯৮ মক্কা ০৪৪
২০ ত্বা হা طه ত্বা-হা ১৩৫ মক্কা ০৪৫
২১ আল-আম্বিয়া الأنبياء নবীসকল ১১২ মদীনা ০৭৩
২২ আল-হাজ্জ الحجّ হজ্জ ৭৮ মদীনা ১০৩
২৩ আল-মুমিনুন المؤمنون মুমিনসকল ১১৮ মদীনা ০৭৪
২৪ আন-নূৰ النّور জ্যোতি ৬৪ মদীনা ১০২
২৫ আল-ফুৰকান الفرقان সত্য মিথ্যাৰ পাৰ্থক্য নিৰ্ধাৰণকাৰী গ্ৰন্থ ৭৭ মক্কা ০৪২
২৬ আশ-শুৱাৰা الشّعراء কবিসকল ২২৭ মক্কা ০৪৭
২৭ আন নামল النّمل পৰুৱা ৯৩ মক্কা ০৪৮
২৮ আল কাছাছ القصص কাহিনী ৮৮ মক্কা ০৪৯
২৯ আল আনকাবুত العنكبوت মকৰা ৬৯ মদীনা ০৮৫
৩০ আৰ ৰুম الرّوم ৰোমান জাতি ৬০ মদীনা ০৮৪
৩১ লুকমান لقمان এজন জ্ঞানী ব্যক্তি ৩৪ মক্কা ০৫৭
৩২ আছ সাজদাহ السّجدة ছিজদাহ ৩০ মদীনা ০৭৫
৩৩ আল আহজাব الْأحزاب জোট ৭৩ মদীনা ০৯০
৩৪ ছাবা سبا ৰাণী ছাবা ৫৪ মক্কা ০৫৮
৩৫ ফাতিৰ فاطر আদি স্ৰষ্টা ৪৫ মক্কা ০৪৩
৩৬ ইয়াছিন يس ইয়াছিন ৮৩ মক্কা ০৪১
৩৭ আছ ছাফ্‌ফাত الصّافات শাৰীবদ্ধভাবে থিয় দিয়া ১৮২ মক্কা ০৫৬
৩৮ ছা'দ ص আৰবী বৰ্ণ ৮৮ মক্কা ০৩৮
৩৯ আজ-ঝুমাৰ الزّمر দলবদ্ধ জনতা ৭৫ মক্কা ০৫৯
৪০ আল মুমিন/গাফিৰ غافر বিশ্বাসী ৮৫ মক্কা ০৬০
৪১ ফুচ্ছিলাত/হা-মীম ছেজদাহ فصّلت সুস্পষ্ট বিৱৰণ ৫৪ মক্কা ০৬১
৪২ আশ্ব শ্বুৰা الشّورى পৰামৰ্শ ৫৩ মক্কা ০৬২
৪৩ আজ-ঝুখৰুফ الزّخرف সোণৰ আ-অলংকাৰ ৮৯ মক্কা ০৬৩
৪৪ আদ দুখান الدّخان ধোঁৱা ৫৯ মক্কা ০৬৪
৪৫ আল জাছিয়াহ الجاثية আঁঠু লোৱা ৩৭ মক্কা ০৬৫
৪৬ আল আহক্বাফ الأحقاف বালিৰ পাহাৰ ৩৫ মক্কা ০৬৬
৪৭ মুহাম্মাদ محمّد নবী মুহাম্মাদ ৩৮ মদীনা ০৯৫
৪৮ আল ফাতাহ الفتح বিজয় (মক্কা বিজয়) ২৯ মদীনা ১১১
৪৯ আল হুজুৰাত الحجرات বাসগৃহসমূহ ১৮ মদীনা ১০৬
৫০ ক্বাফ ق আৰবী বৰ্ণ ক্বাফ ৪৫ মক্কা ০৩৪
৫১ আজ জাৰিয়াত الذّاريات বিক্ষেপকাৰী বতাহ ৬০ মক্কা ০৬৭
৫২ আত তুৰ الطّور পাহাৰ ৪৯ মদীনা ০৭৬
৫৩ আন নাজম النّجْم তৰা ৬২ মক্কা ০২৩
৫৪ আল কামাৰ القمر চন্দ্ৰ ৫৫ মক্কা ০৩৭
৫৫ ৰহমান الرّحْمن পৰম কৰুণাময় ৭৮ মদীনা ০৯৭
৫৬ আল ওয়াকিয়াহ الواقعة নিশ্চিত ঘটনা ৯৬ মক্কা ০৪৬
৫৭ আল হাদীদ الحديد লোহা ২৯ মদীনা ০৯৪
৫৮ আল মুজাদালাহ المجادلة অনুযোগকাৰিণী ২২ মদীনা ১০৫
৫৯ আল হাশ্বৰ الحشْر সমাবেশ ২৪ মদীনা ১০১
৬০ আল মুমতাহিনাহ الممتحنة নাৰী, যাক পৰীক্ষা কৰা হ'ব ১৩ মদীনা ০৯১
৬১ আছ ছাফ الصّفّ শাৰীবদ্ধ সৈন্যদল ১৪ মদীনা ১০৯
৬২ আল জুমুআ الجمعة সম্মেলন/শুক্ৰবাৰ ১১ মদীনা ১১০
৬৩ আল মুনাফিকুন المنافقون কপট বিশ্বাসীসকল/ভণ্ডলোক ১১ মদীনা ১০৪
৬৪ আত তাঘাবুন التّغابن মোহ অপসাৰণ ১৮ মদীনা ১০৮
৬৫ আত তালাক الطّلاق তালাক ১২ মদীনা ০৯৯
৬৬ আত তাহৰীম التّحريم নিষিদ্ধকৰণ ১২ মদীনা ১০৭
৬৭ আল মুল্ক الملك সাৰ্বভৌম কৰ্তৃত্ব ৩০ মক্কা ০৭৭
৬৮ আল কালাম القلم কলম ৫২ মক্কা ০০২
৬৯ আল হাক্কাহ الحآقّة নিশ্চিত সত্য ৫২ মক্কা ০৭৮
৭০ আল মাআৰিজ المعارج উন্নয়নৰ আৰোহণ ৪৪ মক্কা ০৭৯
৭১ নুহ نوح নবী নুহ ২৮ মক্কা ০৭১
৭২ আল জ্বিন الجنّ জ্বিন সম্প্ৰদায় ২৮ মক্কা ০৪০
৭৩ আল মুজাম্মিল المزّمّل বস্ত্ৰাচ্ছাদনকাৰী ২০ মক্কা ০০৩
৭৪ আল মুদ্দাচ্ছিৰ المدّشّر পোচাক পৰিহিত ৫৬ মক্কা ০০৪
৭৫ আল কিয়ামাহ القيامة পুনৰুত্থান ৪০ মক্কা ০৩১
৭৬ আদ দাহৰ/আল ইনছান الدَّهْرِ মানুহ ৩১ মদীনা ০৯৮
৭৭ আল মুৰছালাত المرسلت প্ৰেৰিত পুৰুষসকল ৫০ মক্কা ০৩৩
৭৮ আন নাবা النّبا মহাসংবাদ ৪০ মক্কা ০৮০
৭৯ আন নাজিয়াত النّزعت প্ৰচেষ্টাকাৰী ৪৬ মক্কা ০৮১
৮০ আবাছা عبس তেখেত ভ্ৰুকুটি কৰিলে ৪২ মক্কা ০২৪
৮১ আত তাকৱীৰ التّكوير অন্ধকাৰাচ্ছন্ন ২৯ মক্কা ০০৭
৮২ আল ইনফিতাৰ الانفطار বিদীৰ্ণ কৰা ১৯ মক্কা ০৮২
৮৩ আত মুতাফফিফীন المطفّفين প্ৰতাৰণা কৰা ৩৬ মক্কা ০৮৬
৮৪ আল ইন‌শ্বিকাক الانشقاق খণ্ড-বিখণ্ড কৰা ২৫ মক্কা ০৮৩
৮৫ আল বুৰূজ البروج নক্ষত্ৰপুঞ্জ ২২ মক্কা ০২৭
৮৬ আত তাৰিক الطّارق ৰাতিৰ আগন্তুক ১৭ মক্কা ০৩৬
৮৭ আল আ'লা الأعلى সৰ্বোন্নত ১৯ মক্কা ০০৮
৮৮ আল গাশ্বিয়াহ الغاشية বিহ্বলকৰ ঘটনা ২৬ মক্কা ০৬৮
৮৯ আল ফজৰ الفجر ৰাতিপুৱা ৩০ মক্কা ০১০
৯০ আল বালাদ البلد নগৰ ২০ মক্কা ০৩৫
৯১ আশ্ব শ্বামছ الشّمس সূৰ্য্য ১৫ মক্কা ০২৬
৯২ আল লাইল الليل ৰাত্ৰি ২১ মক্কা ০০৯
৯৩ আদ দুহা الضحى পূৰ্বাহ্ণৰ সূৰ্য্যকিৰণ ১১ মক্কা ০১১
৯৪ আল ইনশ্বিৰাহ الشرح বক্ষ প্ৰশস্তকৰণ মক্কা ০১২
৯৫ ত্বীন التين ডুমুৰ মক্কা ০২৮
৯৬ আলাক العلق ৰক্তপিণ্ড ১৯ মক্কা ০০১
৯৭ কদৰ القدر মহিমান্বিত মক্কা ০২৫
৯৮ বাইয়্যিনাহ البينة সুস্পষ্ট প্ৰমাণ মদীনা ১০০
৯৯ ঝিনঝাল الزلزلة ভূমিকম্প মদীনা ০৯৩
১০০ আল আদিয়াত العاديات অভিযানকাৰী ১১ মক্কা ০১৪
১০১ আল কাৰিয়াহ القارعة মহাসংকট ১১ মক্কা ০৩০
১০২ তাকাছুৰ التكاثر প্ৰাচুৰ্যৰ প্ৰতিযোগিতা মক্কা ০১৬
১০৩ আল আছৰ العصر সময় মক্কা ০১৩
১০৪ আল হুমাঝাহ الهمزة পৰনিন্দাকাৰী মক্কা ০৩২
১০৫ আল ফীল الفيل হাতী মক্কা ০১৯
১০৬ আল কুৰাইশ্ব قريش কুৰাইশ্ব গোত্ৰ মক্কা ০২৯
১০৭ আল মাঊন الماعون সাহায্য-সহায়তা মক্কা ০১৭
১০৮ আল কাউছাৰ الكوثر প্ৰাচুৰ্য মক্কা ০১৫
১০৯ আল কাফিৰূন الكافرون অবিশ্বাসী গোষ্ঠী মক্কা ০১৮
১১০ আল নাছৰ النصر স্বৰ্গীয় সাহায্য মদীনা ১১৪
১১১ লাহাব/আল মাছাদ المسد জ্বলন্ত অঙ্গাৰ মক্কা ০০৬
১১২ আল-ইখলাছ الإخلاص একত্ব মক্কা ০২২
১১৩ আল ফালাক الفلق ঊষা কাল মক্কা ০২০
১১৪ আন নাছ الناس মানৱজাতি মক্কা ০২১

বহিঃসংযোগ

[সম্পাদনা কৰক]