সমললৈ যাওক

ছূৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছূৰা আল ফাতিহা, কোৰআনৰ প্ৰথম ছূৰা।

ছূৰা (আৰবী: سورة) হৈছে ইছলামী পৰিভাষাত মুছলিম সকলৰ ধৰ্মগ্ৰন্থ কোৰআনৰ একোটা অধ্যায়ৰ নাম। কিন্তু এইটো সাধাৰণ কিতাপৰ অধ্যায়ৰ নিচিনা নহয় বৰঞ্চ বিশেষভাৱে কেৱল কোৰআনৰ বৈশিষ্টৰ বাবেই ইয়াৰ উৎপত্তি। সেয়েহেই এইটো প্ৰকৃত অৰ্থত এটা কোৰআনিক পৰিভাষা; যাক কেৱল কোৰআনৰ দৃষ্টিকোণৰ পৰাই ব্যাখ্যা কৰিব পৰা যায়। কোৰআনৰ প্ৰথম ছূৰা হ'ল- 'আল ফাতিহা' আৰু শেষ ছূৰাৰ নাম হ'ল- 'আন-নাছ'। দীৰ্ঘতম ছূৰা হ'ল- 'আল-বাক্বাৰা'। 'ছূৰা আত-তৌবাহ'ৰ বাহিৰে সকলো ছূৰাৰ আৰম্ভণিতে আছে বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম। এটা ছূৰা বা ইয়াত অংশবিশেষ অৱতীৰ্ণ হোৱাৰ প্ৰেক্ষাপট বা ইতিহাসক কোৱা হয়- শ্বানে নুযূল।

কোৰআনৰ ছূৰা সমূহৰ তালিকা

[সম্পাদনা কৰক]

কোৰআনত সৰ্বমোট ১১৪টা ছূৰা আছে। কোৰআনৰ ছূৰাৰ অৱস্থানক্ৰম ইছলামৰ তৃতীয় খলিফা ওচমান (ৰাঃ)ৰ নেতৃত্বত নিম্নৰূপ নিৰ্ধাৰণ কৰা হয়। ছূৰা সমূহৰ নামৰ কাষত বন্ধনীৰ মাজত অসমীয়া অৰ্থ দিয়া হৈছে।

ছূৰাৰ ক্ৰমিক নং অসমীয়া উচ্চাৰণ নাম (আৰবী) অসমীয়াত নামৰ অৰ্থ আয়াতৰ সংখ্যা অৱতীৰ্ণৰ স্থান অৱতীৰ্ণৰ অনুক্ৰম
১আল ফাতিহাالفاتحةসূচনা৭মক্কা০০৫
২আল বাকাৰাالبقرةচেউৰী২৮৬মদিনা০৮৭
৩আল-ইমৰানآل عمرانইমৰাণৰ পৰিয়াল২০০মদীনা০৮৯
৪আন-নিশাالنّساءনাৰী১৭৬মদীনা০৯২
৫আল-মা'ইদাالمآئدةখাদ্য পৰিৱেশিত টেবুল১২০মদীনা১১২
৬আল-আন'আমالانعامগৃহপালিত পশু১৬৫মক্কা০৫৫
৭আল-আৰফالأعرافওখ স্থানসমূহ২০৬মক্কা০৩৯
৮আল-আনফলالأنفالযুদ্ধত- লব্ধ সম্পদ৭৫মদীনা০৮৮
৯আত-তৌবাহالتوبةঅনুশোচনা১২৯মদীনা১১৩
১০ইউনুছ يونسনবী ইউনুছ১০৯মক্কা০৫১
১১হুদهودনবী হুদ১২৩মক্কা০৫২
১২ইউছুফ يوسف নবী ইউছুফ১১১মক্কা০৫৩
১৩আৰ-ৰ'দالرّعدবজ্ৰপাত৪৩মদীনা০৯৬
১৪ইব্ৰাহিমإبراهيمনবী ইব্ৰাহিম৫২মদীনা০৭২
১৫আল-হিজৰالحجرশিলাময় পাহাৰ৯৯মক্কা০৫৪
১৬আন-নাহলالنّحلমৌমাখি১২৮মক্কা০৭০
১৭বনী ইছৰাঈলالإسراইজৰাইলৰ বংশধৰ১১১মক্কা০৫০
১৮আল কাহফالكهفগুহা১১০মক্কা০৬৯
১৯মাৰইয়ামمريمমাৰইয়াম (নবী ঈছা/যীশুৰ মা)৯৮মক্কা০৪৪
২০ত্বা হাطهত্বা-হা১৩৫মক্কা০৪৫
২১আল-আম্বিয়াالأنبياءনবীসকল১১২মদীনা০৭৩
২২আল-হাজ্জالحجّহজ্জ৭৮মদীনা১০৩
২৩আল-মুমিনুনالمؤمنونমুমিনসকল১১৮মদীনা০৭৪
২৪আন-নূৰالنّورজ্যোতি৬৪মদীনা১০২
২৫আল-ফুৰকানالفرقانসত্য মিথ্যাৰ পাৰ্থক্য নিৰ্ধাৰণকাৰী গ্ৰন্থ৭৭মক্কা০৪২
২৬আশ-শুৱাৰাالشّعراءকবিসকল২২৭মক্কা০৪৭
২৭আন নামলالنّملপৰুৱা৯৩মক্কা০৪৮
২৮আল কাছাছالقصصকাহিনী৮৮মক্কা০৪৯
২৯আল আনকাবুতالعنكبوتমকৰা৬৯মদীনা০৮৫
৩০আৰ ৰুমالرّومৰোমান জাতি৬০মদীনা০৮৪
৩১লুকমান لقمان এজন জ্ঞানী ব্যক্তি৩৪মক্কা০৫৭
৩২আছ সাজদাহالسّجدةছিজদাহ৩০মদীনা০৭৫
৩৩আল আহজাবالْأحزابজোট৭৩মদীনা০৯০
৩৪ছাবাسباৰাণী ছাবা৫৪মক্কা০৫৮
৩৫ফাতিৰفاطرআদি স্ৰষ্টা৪৫মক্কা০৪৩
৩৬ইয়াছিনيسইয়াছিন৮৩মক্কা০৪১
৩৭আছ ছাফ্‌ফাতالصّافاتশাৰীবদ্ধভাবে থিয় দিয়া১৮২মক্কা০৫৬
৩৮ছা'দصআৰবী বৰ্ণ৮৮মক্কা০৩৮
৩৯আজ-ঝুমাৰالزّمرদলবদ্ধ জনতা৭৫মক্কা০৫৯
৪০আল মুমিন/গাফিৰغافرবিশ্বাসী৮৫মক্কা০৬০
৪১ফুচ্ছিলাত/হা-মীম ছেজদাহفصّلتসুস্পষ্ট বিৱৰণ৫৪মক্কা০৬১
৪২আশ্ব শ্বুৰাالشّورىপৰামৰ্শ৫৩মক্কা০৬২
৪৩আজ-ঝুখৰুফالزّخرفসোণৰ আ-অলংকাৰ৮৯মক্কা০৬৩
৪৪আদ দুখানالدّخانধোঁৱা৫৯মক্কা০৬৪
৪৫আল জাছিয়াহالجاثيةআঁঠু লোৱা৩৭মক্কা০৬৫
৪৬আল আহক্বাফ الأحقاف বালিৰ পাহাৰ৩৫মক্কা০৬৬
৪৭মুহাম্মাদمحمّدনবী মুহাম্মাদ৩৮মদীনা০৯৫
৪৮আল ফাতাহالفتحবিজয় (মক্কা বিজয়)২৯মদীনা১১১
৪৯আল হুজুৰাতالحجراتবাসগৃহসমূহ১৮মদীনা১০৬
৫০ক্বাফقআৰবী বৰ্ণ ক্বাফ৪৫মক্কা০৩৪
৫১আজ জাৰিয়াতالذّارياتবিক্ষেপকাৰী বতাহ৬০মক্কা০৬৭
৫২আত তুৰالطّورপাহাৰ৪৯মদীনা০৭৬
৫৩আন নাজমالنّجْمতৰা৬২মক্কা০২৩
৫৪আল কামাৰالقمرচন্দ্ৰ৫৫মক্কা০৩৭
৫৫ৰহমানالرّحْمنপৰম কৰুণাময়৭৮মদীনা০৯৭
৫৬আল ওয়াকিয়াহ الواقعة নিশ্চিত ঘটনা৯৬মক্কা০৪৬
৫৭আল হাদীদالحديدলোহা২৯মদীনা০৯৪
৫৮আল মুজাদালাহالمجادلةঅনুযোগকাৰিণী২২মদীনা১০৫
৫৯আল হাশ্বৰالحشْرসমাবেশ২৪মদীনা১০১
৬০আল মুমতাহিনাহالممتحنةনাৰী, যাক পৰীক্ষা কৰা হ'ব১৩মদীনা০৯১
৬১আছ ছাফالصّفّশাৰীবদ্ধ সৈন্যদল১৪মদীনা১০৯
৬২আল জুমুআالجمعةসম্মেলন/শুক্ৰবাৰ১১মদীনা১১০
৬৩আল মুনাফিকুনالمنافقونকপট বিশ্বাসীসকল/ভণ্ডলোক১১মদীনা১০৪
৬৪আত তাঘাবুনالتّغابنমোহ অপসাৰণ১৮মদীনা১০৮
৬৫আত তালাকالطّلاقতালাক১২মদীনা০৯৯
৬৬আত তাহৰীমالتّحريمনিষিদ্ধকৰণ১২মদীনা১০৭
৬৭আল মুল্কالملكসাৰ্বভৌম কৰ্তৃত্ব৩০মক্কা০৭৭
৬৮আল কালামالقلمকলম৫২মক্কা০০২
৬৯আল হাক্কাহالحآقّةনিশ্চিত সত্য৫২মক্কা০৭৮
৭০আল মাআৰিজالمعارجউন্নয়নৰ আৰোহণ৪৪মক্কা০৭৯
৭১নুহنوحনবী নুহ২৮মক্কা০৭১
৭২আল জ্বিনالجنّজ্বিন সম্প্ৰদায়২৮মক্কা০৪০
৭৩আল মুজাম্মিলالمزّمّلবস্ত্ৰাচ্ছাদনকাৰী২০মক্কা০০৩
৭৪আল মুদ্দাচ্ছিৰالمدّشّرপোচাক পৰিহিত৫৬মক্কা০০৪
৭৫আল কিয়ামাহالقيامةপুনৰুত্থান৪০মক্কা০৩১
৭৬আদ দাহৰ/আল ইনছানالدَّهْرِমানুহ৩১মদীনা০৯৮
৭৭আল মুৰছালাতالمرسلتপ্ৰেৰিত পুৰুষসকল৫০মক্কা০৩৩
৭৮আন নাবাالنّباমহাসংবাদ৪০মক্কা০৮০
৭৯আন নাজিয়াতالنّزعتপ্ৰচেষ্টাকাৰী৪৬মক্কা০৮১
৮০আবাছাعبسতেখেত ভ্ৰুকুটি কৰিলে৪২মক্কা০২৪
৮১আত তাকৱীৰالتّكويرঅন্ধকাৰাচ্ছন্ন২৯মক্কা০০৭
৮২আল ইনফিতাৰالانفطارবিদীৰ্ণ কৰা১৯মক্কা০৮২
৮৩আত মুতাফফিফীনالمطفّفينপ্ৰতাৰণা কৰা৩৬মক্কা০৮৬
৮৪আল ইন‌শ্বিকাকالانشقاقখণ্ড-বিখণ্ড কৰা২৫মক্কা০৮৩
৮৫আল বুৰূজالبروجনক্ষত্ৰপুঞ্জ২২মক্কা০২৭
৮৬আত তাৰিকالطّارقৰাতিৰ আগন্তুক১৭মক্কা০৩৬
৮৭আল আ'লা الأعلى সৰ্বোন্নত১৯মক্কা০০৮
৮৮আল গাশ্বিয়াহالغاشيةবিহ্বলকৰ ঘটনা২৬মক্কা০৬৮
৮৯আল ফজৰالفجرৰাতিপুৱা৩০মক্কা০১০
৯০আল বালাদالبلدনগৰ২০মক্কা০৩৫
৯১আশ্ব শ্বামছالشّمسসূৰ্য্য১৫মক্কা০২৬
৯২আল লাইল الليل ৰাত্ৰি২১মক্কা০০৯
৯৩আদ দুহাالضحىপূৰ্বাহ্ণৰ সূৰ্য্যকিৰণ১১মক্কা০১১
৯৪আল ইনশ্বিৰাহالشرحবক্ষ প্ৰশস্তকৰণ৮মক্কা০১২
৯৫ত্বীনالتينডুমুৰ৮মক্কা০২৮
৯৬আলাকالعلقৰক্তপিণ্ড১৯মক্কা০০১
৯৭কদৰالقدرমহিমান্বিত৫মক্কা০২৫
৯৮বাইয়্যিনাহالبينةসুস্পষ্ট প্ৰমাণ৮মদীনা১০০
৯৯ঝিনঝাল الزلزلة ভূমিকম্প৮মদীনা০৯৩
১০০আল আদিয়াত العاديات অভিযানকাৰী১১মক্কা০১৪
১০১আল কাৰিয়াহالقارعة মহাসংকট১১মক্কা০৩০
১০২তাকাছুৰالتكاثر প্ৰাচুৰ্যৰ প্ৰতিযোগিতা৮মক্কা০১৬
১০৩আল আছৰ العصر সময়৩মক্কা০১৩
১০৪আল হুমাঝাহ الهمزة পৰনিন্দাকাৰী৯মক্কা০৩২
১০৫ আল ফীল الفيل হাতী৫মক্কা০১৯
১০৬আল কুৰাইশ্ব قريش কুৰাইশ্ব গোত্ৰ৪মক্কা০২৯
১০৭আল মাঊন الماعون সাহায্য-সহায়তা৭মক্কা০১৭
১০৮আল কাউছাৰ الكوثر প্ৰাচুৰ্য৩মক্কা০১৫
১০৯আল কাফিৰূন الكافرون অবিশ্বাসী গোষ্ঠী৬মক্কা০১৮
১১০ আল নাছৰ النصر স্বৰ্গীয় সাহায্য৩মদীনা১১৪
১১১লাহাব/আল মাছাদ المسد জ্বলন্ত অঙ্গাৰ৫মক্কা০০৬
১১২আল-ইখলাছ الإخلاص একত্ব৪মক্কা০২২
১১৩আল ফালাক الفلق ঊষা কাল৫মক্কা০২০
১১৪আন নাছ الناس মানৱজাতি৬মক্কা০২১

বহিঃসংযোগ

[সম্পাদনা কৰক]