কুৰাইশ্ব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুৰাইশ্ব
قريش
আদনানিত
Nisba কুৰেশ্বি
অঞ্চল মক্কা
Descended from Fihr ibn Malik
Parent tribe কিনানা
ধৰ্ম ইছলাম (৬৩০ৰ পিছত)
Polytheism (৬৩০ৰ আগত)
এই শৃংখলাৰ মূল বিষয় হৈছে
মুহাম্মাদ
Muhammad

কুৰাইশ্ব বংশ (আৰবী: قريش‎) কুৰাঈশ্ব বা কোৰায়েশ্ব (কুৰেশ্বি হিচাপেও পৰিচিত) আছিল আৰবৰ এক শক্তিশালী বণিক বংশ। এই বংশই মক্কাৰ অধিকাংশ অংশ আৰু কাবা নিয়ন্ত্ৰণ কৰিছিল। ইছলাম ধৰ্মনবী মুহাম্মাদ কুৰাইশ্ব বংশৰ বনু হাছিম গোত্ৰত জন্মগ্ৰহণ কৰিছিল। [1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Al-Mubarakpuri, Safi-ur-Rahman (2002). The Sealed Nector (Ar-Raheeq Al-Makhtum). Darussalam. পৃষ্ঠা. 30. ISBN 1591440718.