ৱিকিচ'ৰা:ইছলাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৱিকিচ'ৰা:Islamৰ পৰা পুনঃনিৰ্দেশিত)
আল-ইছলাম চ'ৰালৈ স্বাগতম
ৱিকিপিডিয়াৰ ইছলাম সম্বন্ধীয় উৎসসমূহৰ ৱিকিচ'ৰা
অসমীয়া১৬১ টা প্ৰবন্ধ আছে।
আল-ইছলাম চ'ৰা মুহাম্মাদ চ'ৰা ইছলাম কি? সূচীসমূহ ৱিকিপ্ৰকল্প শ্ৰেণীসমূহ

ৱিকিপিডিয়া ৱিকিচ'ৰা


ইছলাম চ'ৰা

ইছলাম (ইংৰাজী ভাষা/ˈɪslɑːm/; আৰৱী ভাষাত: الإسلام আল্‌ ইছলাম্‌) এটা একেশ্বৰবাদী আব্ৰাহামিক ধৰ্মইছলাম (আৰৱী: الإسلام‎) শব্দটো আহিছে আৰৱী س-ل-م শব্দটোৰ পৰা যাৰ অৰ্থ দুটা; ১▪ শান্তি ২▪ আত্মসমৰ্পণ কৰা। সংক্ষেপত, ইছলাম হ'ল শান্তি (প্ৰতিষ্ঠা)'ৰ উদ্দেশ্যেৰে এক আৰু অদ্বিতীয় ঈশ্বৰ (আল্লাহ)ৰ ওচৰত আত্মসমৰ্পণ কৰা।

"ইছলাম" শব্দৰ অৰ্থ হৈছে "আত্মসমৰ্পণ", বা একক স্ৰষ্টাৰ ওচৰত নিজকে সমৰ্পন কৰা। ইছলাম শব্দটো উৎপত্তি হৈছে ছালামৰ পৰা, যাৰ অৰ্থ হৈছে শান্তি। খৃষ্টীয় সম্তম শতিকাত মধ্য এছিয়া।আৰৱৰ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা মুহাম্মাদ (ছাঃ) এই ধৰ্ম প্ৰচাৰ কৰে। কোৰআন ইছলামৰ মূল ধৰ্মগ্ৰন্থ। এই ধৰ্মত বিশ্বাসী সকলক মুছলমান বা মুছলিম বোলা হয়। কোৰআন আল্লাহৰ বাণী আৰু মুহাম্মাদ(ছাঃ)ৰ ওপৰত অৱতীৰ্ণ হৈছিল বুলি মুছলিম সকলে বিশ্বাস কৰে। তেওঁলোকৰ বিশ্বাস অনুসৰি মুহাম্মাদ চাল্লাহু আলাইহি ওয়াছাল্লাম শেষ নবীহাদিছৰ পৰা প্ৰাপ্ত নিৰ্দেশিত কাম আৰু শিক্ষাৰ ভিত্তিতহে কোৰআন'ক ব্যাখ্যা কৰা হয়।

বিতংকৈ পঢ়ক....

নিৰ্বাচিত প্ৰবন্ধ

কোনো নিৰ্বাচিত প্ৰবন্ধ নাই।

নিৰ্বাচিত চিত্ৰ

কোনো নিৰ্বাচিত চিত্ৰ নাই।

সাঁচ:Redirect/AsYear মাহৰ উল্লেখনীয় ঘটনা

কোনো সাঁচ:Redirect/AsYear মাহৰ উল্লেখনীয় ঘটনা নাই।

নিৰ্বাচিত জীৱনী

ৱিকিচ'ৰা:ইছলাম/Selected biography/6


আপুনি জানেনে...

...সংগ্ৰহালয়


ৱিকিপ্ৰকল্প

নিৰ্বাচিত উক্তি


বিষয়সমূহ

নিৰ্বাচিত প্ৰবন্ধসমূহ

আপোনাৰ কৰণীয়

সম্পৰ্কীত চ'ৰাসমূহ

সম্পৰ্কীত ৱিকিমিডিয়া