সমললৈ যাওক

খলিফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইছলামৰ সৰ্বশেষ খিলাফত উছমানীয় সাম্ৰাজ্যৰ সৰ্বশেষ খলিফা দ্বিতীয় আব্দুল মজিদ

খলিফা (আৰবী: خليفة ḫalīfah/khalīfah) হ'ল খিলাফত ভিত্তিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু ইছলামিক শ্বৰিয়াহৰ দ্বাৰা পৰিচালিত মুছলিম উম্মাহৰ শাসকসকলৰ পদবী। এই শব্দটো আৰবী: خليفة Khalīfaৰ পৰা আহিছে।

বুৎপত্তি

[সম্পাদনা কৰক]

খলিফা শব্দটোৰ আভিধানিক অৰ্থ উত্তৰাধিকাৰী, প্ৰতিনিধিত্বকাৰী, সেনাপ্ৰধান।

লগতে চাওক

[সম্পাদনা কৰক]