আল্লামা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আল্লামা (আৰবী, উৰ্দু আৰু ফাৰ্চী: علامه) হ'ল ইছলামী চিন্তা, আইন আৰু দৰ্শনৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ পন্ডিতসকলৰ নামৰ সৈতে ব্যৱহৃত সম্মানজনক উপাধি।

ছুন্নি আৰু ছিয়া উভয় পক্ষত এই উপাধি ব্যৱহাৰ হয়। পাকিস্তানৰ স্বপ্নদ্ৰষ্টা চাৰ মুহাম্মদ ইকবালক আল্লামা ইকবাল বুলি সম্বোধন কৰা হয়। আল্লামা উপাধিধাৰী অন্যান্য ধৰ্মবেত্তাসকলৰ উপৰত অৱস্থান কৰে, যেনেকৈ আয়াতুল্লাহ আৰু হুজ্জাতুল ইছলাম (শ্বিয়া উদাহৰণ)।

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]