দুৰ্গাময়ী বৰা
অৱয়ব
দুৰ্গাময়ী বৰা | |
---|---|
![]() | |
জন্ম | ১৩ মাৰ্চ, ১৯৫৬ (৬৯ বছৰ) দীঘলী আতি, ৰহা, নগাঁও |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | শিক্ষকতা |
দাম্পত্যসঙ্গী | (৺) অধ্যাপক মাধৱ চন্দ্ৰ বৰা |
পিতৃ-মাতৃ | শুক্লেশ্বৰ ভূঞা আৰু তৰুণী ভূঞা |
সন্তান | ভাস্কৰ জ্যোতি বৰা, দীপাংকৰ বৰা |
দুৰ্গাময়ী বৰা (ইংৰাজী: Durgamoyee Bora) অসমৰ এগৰাকী অসমীয়া গায়িকা৷ তেওঁ সংগীত চৰ্চ্চাৰ উপৰিয়ো একাধিক নাটকত অভিনয়ো কৰিছিল৷ তেওঁ পেচাত এগৰাকী সংগীতৰ সহকাৰী শিক্ষক৷[1]
সংক্ষিপ্ত জীৱনী
[সম্পাদনা কৰক]শ্ৰীমতী বৰাই জোঙাল বলহু গড় প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি জোঙাল বলহু গড় শ্বহীদ স্মৃতি হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰে ১৯৭৪ চনত৷ ১৯৭৬ চনত তেখেতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা ‘প্ৰি-য়ুনিভাৰ্ছিটি’ উত্তীৰ্ণ হৈ একে মহাবিদ্যালয়ৰ পৰা ১৯৭৮ চনত বিএ ডিগ্ৰী লাভ কৰে৷
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ A letter signed by Durgamayee Bora.. 27.8.2016.