নঙলামী ভাষা
অৱয়ব
নঙলামী | |
---|---|
গ্ৰঙলী | |
থলুৱা অঞ্চল | আফগানিস্তান |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
|
উপভাষা | *গ্ৰঙলী
|
ভাষা সংকেত | |
ISO 639-3 | nli |
গ্লোটোলগ | gran1245 [1] |
নঙলামী বা গ্ৰঙলী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তানত স্থিত। জেমিয়াকী ভাষাকো আগতে নঙলামীৰেই উপভাষা মনা হৈছিল, কিন্তু পুনৰ্বিবেচনাৰ আধাৰত সেই ভাষাক নূৰিস্তানী ভাষাসমূহৰ অন্যতমহে গণ্য কৰা হৈছে, ৱাইগালী ভাষাৰ নিকটৱৰ্তী।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Grangali". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/gran1245.