নচিকেতা চক্ৰৱৰ্তী
নচিকেতা চক্ৰৱৰ্তী | |
---|---|
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | নচিকেতা চক্ৰৱৰ্তী |
আন নাম | নচি |
জন্ম | ০১ ছেপ্টেম্বৰ, ১৯৬৪ (৬০ বছৰ) মুক্তাৰাম বাবু ষ্ট্ৰীট, কলকাতা, ভাৰত |
সংগীতৰ প্ৰকাৰ | Urban Folk, ভাৰতীয় শাস্ত্ৰীয় সংগীত, নচিকেতা মিউজিক |
পেচা |
|
বাদ্যযন্ত্ৰ | কণ্ঠ, হাৰমনিয়াম, গীটাৰ |
কাৰ্যকাল | ১৯৯০–বৰ্তমান |
ৰেকৰ্ড লেবেল | এইচএমভি |
ৱেবছাইট | www |
নচিকেতা চক্ৰৱৰ্তী (ইংৰাজী: Nachiketa Chakraborty) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী, সংগীতকাৰ, সুৰকাৰ, গীতিকাৰ আৰু নেপথ্য কণ্ঠশিল্পী, যাক চমুকৈ নচিকেতা নামেৰে জনা যায়। নচিকেতা আধুনিক বাংলা গীতৰ বাবে জনাজাত। তেওঁ ১৯৯০ ৰ দশকৰ আৰম্ভণিতে তেওঁৰ প্ৰথম এলবাম “এই বেশ ভালো আছি” মুক্তিৰ পাছত জনপ্ৰিয়তা অৰ্জন কৰে।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নচিকেতাৰ জন্ম হয় ১৯৬৪ চনৰ ১ চেপ্তেম্বৰ (বিঃদ্ৰঃ তেওঁৰ প্ৰমাণপত্ৰ অনুযায়ী ১ চেপ্তেম্বৰ, ১৯৬৫) -ত কলকাতাৰ মুক্তাৰাম বাবু ষ্ট্ৰীটত। তেওঁৰ পিতৃৰ নাম শাখা ৰঞ্জন চক্ৰৱৰ্তী।[2] তেওঁৰ পৈতৃক পৰিবাৰ আছিল বাংলাদেশৰ বৰিশালৰ পিৰোজপুৰ জিলাৰ ভাণ্ডাৰিয়া উপজিলাত, তেওঁৰ ককা ললিত মোহন চক্ৰৱৰ্তী ১৯৪৬ চনৰ আগতে ভাৰতলৈ আহিছিল।[3] তেওঁ উত্তৰ কলকাতাৰ শ্যামবজাৰৰ মহাৰাজ মনিন্দ্ৰ চন্দ্ৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়চোৱাত গীত ৰচনা আৰু লাইভ পৰিৱেশন কৰা আৰম্ভ কৰিছিল।[4] ১৯৯৩ চনত তেওঁৰ প্ৰথম এলবাম ‘এই বেশ ভালো আছি’ মুক্তিৰ পিছত খুব জনপ্ৰিয় হৈ পৰে৷ তেওঁ বঙালী গীতৰ পুৰণি ধাৰা সলনি কৰিছিল৷ তেওঁ বৰ্তমান কলকাতাৰ তথা যুৱপ্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, গীতিকাৰ আৰু সুৰকাৰ৷
ডিস্কোগ্ৰাফি
[সম্পাদনা কৰক]একক এলবাম
[সম্পাদনা কৰক]- এই বেশ ভালো আছি (১৯৯৩)
- অন্তবিহীন পথ চলাই জীৱন
- এই বেশ ভালো আছি
- যখন সময় থমকে দাঁড়ায়
- সাৰে জাহাঁ সে আচ্ছা
- চোৰ
- বিষ, শুধু বিষ দাও
- কলকাতা
- মন দিয়ে লেখাপড়া কৰে যেই জন
- তুমি কি আমায় ভালোবাসো?
- কেউ বলে বুড়ো ভাম
- শুনবো না গান, গান শুনবো না
- নীলাঞ্জনা (১)
- কে যায়? (১৯৯৪)
- এমবিশ্যন
- কে যায়
- অনিৰ্বাণ
- একদিন ঝড় থেমে যাবে
- বাৰো টাকা
- নীলাঞ্জনা (২)
- স্বাধীনতা
- ৰোজ ঘুম থেকে ওঠা
- আমাদেৰ তো কিচ্ছুই নেই
- কালো মেয়ে
- এইত জীৱন
- নীলাঞ্জনা (৩)
- কি হবে? (১৯৯৫)
- ভয়
- কি হবে?
- পুৰনো দিনেৰ গান
- সকাল থেকে লুকোচুৰি
- একা একা পথ চলা
- উল্টো ৰাজাৰ দেশে
- কোন এক মেয়ে
- মাদাৰিৰ গান
- অন্য প্ৰেমেৰ গান
- নীলাঞ্জনা (৪)
- চল যাবো তকে নিয়ে (১৯৯৬)
- ২০১ ধৰ্মতলা
- চল যাবো তোকে নিয়ে
- ফেৰিওয়ালা
- কৰে মিছিল
- পৌলমী
- শতাব্দি
- যায়োনা, যায়োনা কন্যা
- আহাৰে!
- তুমি কে?
- অনিৰ্বাণ (২)
- কুয়াশা যখন (১৯৯৭)
- কুয়াশা যখন
- এ মন ব্যাকুল যখন তখন
- ইটস এ গেম
- এক বোকা বুড়োৰ গল্প শোন
- এ মন ব্যাকুল যখন তখন (মহিলা)
- এৰই নাম হল বেঁচে থাকা
- অন্ধকাৰ সৰণি ধৰে শেষ হবে এ পথ চলা
- আমি পাৰি (১৯৯৮)
- সৰকাৰী কৰ্মচাৰী
- ৰাজশ্ৰী
- কফি হাউজ
- শ্ৰাৱণ ঘনায়
- অবিশ্বাসেৰ ঋণ
- মাথা দেব না
- বাসবেই ভালো
- নীলামে উঠছে দেশ
- মুলাজিম হুঁ সৰকাৰি
- দলছুট (১৯৯৯)
- দেৰে নানা
- একুশ
- বিভাবৰি জাগো
- জীৱিত বিবাহীত
- বৃদ্ধাশ্ৰম
- ছুট
- ৰাজশ্ৰী (দ্বিতীয় পৰ্ব)
- এ সময় অসময়
- দায়ভাৰ (২০০০)
- পাগলা জগাই
- তুমি কখনো শুনেছো কি?
- মন ভেসে ভেসে চলে
- শতক আসে শতক যায়
- দিন যায় দিন চলে যায়
- আমাদেৰ জন্যে
- অচেনা এ শহৰে
- ভেঙে যায় বিশ্বাস
- আঁকা বাঁকা সড়কটা
- একলা চলতে হয় (২০০২)
- বক্স অফিস
- একলা চলতে হয়
- নগৰ জীৱন
- ঘুম আয়ৰে
- খোকন
- না না চাই না
- পেসমেকাৰ
- ইনটেলেকচুয়াল
- ৰাজশ্ৰী (তৃতীয় পৰ্ব)
- এই আগুনে হাত ৰাখো (২০০৪)
- দিন শেষে ৰাত্ৰি আসে
- অ ডাক্তাৰ
- কপাল আমাৰ মন্দ
- আমাৰ বুকেৰ জ্বালা
- এই আগুনে হাত ৰাখো
- ইচ্ছেৰা দিনে ৰাতে
- বল্ না বল্ না
- মন চায়
- তুমি আসবে বলে
- ৰাজশ্ৰী (৪)
- আমাৰ কথা আমাৰ গান (২০০৫)
- কেন আজ মন ফিৰে যায়
- ৰাত ঘুমালো
- হায় আমায় বলে দে
- বল কী ছিল প্ৰয়োজন
- প্ৰথম প্ৰণয় দু'চোখে
- যদি ওই চোখেৰ তাৰায়
- শ্ৰাৱণ দিনেতে যদি
- দাও যদি ফিৰিয়ে
- নাৰে নাৰে নাৰে জীৱন
- তিৰ্যক (২০০৭)
- ক্ষাপা
- বুড়ো সলমান
- আবছায়া ৰাতে
- আমাৰ সোণা
- অনিৰ্বাণ -৩
- শহৰ ও তুমি
- হাসিৰ গান
- বোঝাই ৰোজ ৰোজ
- দু'জন মানুষ
- আদিত্য সেন
- এবাৰ নীলাঞ্জন (২০০৮)
- হতে পাৰত অনেক কিছুই
- চটেৰ চাদৰে মোড়া
- কে ৰাখে খোঁজ
- না মেলে না
- বুঝবে না সে কোনদিন
- এই জীৱনে কিছুই মেলে না
- হাওয়া বদল (২০১০)
- হাওয়া বদল
- ৰাত্ৰি ঘনায়
- ভাবনা
- অন্ধেৰ দেশে
- যুক্তি
- মধ্যবিত্ত
- হাওয়া বদল
- সব কথা বলতে নেই (২০১২)
- আফ্ৰিন আফ্ৰিন
- সব কথা বলতে নেই
- ৰাত জাগা তাৰা
- স্বপ্নেৰ পাতা ঝৰে যায়
- তোৰ দু’চোখে
- কাৰ চোখেৰ জলে
- ভালোবাসি বোলে
- মন মানে না
- দৃষ্টিকোন (২০১৪)
- আমাৰ পৰাণ যাহা চায়।
- এসেছিলে
- যেতে যেতে একলা পথে।
- মম চিত্তে।
- না সজনী, না।
- নদী আপন বেগে
- এসেছিলে
- আয় ডেকে যায় (২০১৫)
- ইচ্ছে
- গঙ্গাৰাম
- এ ৰাত
- হে ভগবান
- একটা বয়স
- দিওয়ানা
- কৰ্পোৰেট প্ৰেম
- আয় আয়
- খৰচ
যৌথ বা সহযোগী এলবাম
[সম্পাদনা কৰক]- এই তিনজন
- ও মেঘ পৰদেশী
- জীৱন সমুদ্ৰে
- না না না, ভালোবাসিনা
- এ কোন অজানায়
- শ্ৰাৱণ মেঘে
- থাক সময়েৰ অতলে
- আৰ কতো দিন
- এক দিন স্বপ্নেৰ ভোৰ
- দুয়ে দুয়ে চাৰ (১৯৯৬)
- জীৱন নদীৰ কুল ধৰে
- হায় আমায় বলে দে
- লাগ লাগ লাগ ভেল্কি লাগ
- ওৰা কেড়ে নিয়েছে তোমায় শ্যামলিমা
- ৰিম ঝিম ৰিম ঝিম
- সাৰাবেলা পথ পানে
- পায়ে পায়ে হেঁটে চলো
- আমৰা গাই গান
- ছোট বড় মিলে (১৯৯৬)
- বাঘেৰ মেষ
- ছুটি ছুটি
- ছুটল চুটিয়ে
- হাটুক সব অসুন্দৰ
- ইন্দুৰ কল
- ঝড়
- খাওয়াৰ গান
- মস্ত আকাশ
- নাগৰদোলাৰ গান
- ফেলুদাৰ গান
- স্কুলেৰ বেগটা
- তোমাৰ বন্ধু
- টুনটুনিটাৰ তিনটি লাফে
- উল্টোডাঙ্গাৰ উল্টো দিকে
- কোকা-কোলা ষ্ট্ৰাইকাৰ (১৯৯৮)
- ছুটন্ত যৌৱন
- এক মজাৰ খেলা
- এমন দিন আৰ থাকবেনা মা
- গো ফল গোল
- জিততে চাই
- মনে পৰে
- সব খেলাৰ সেৰা বাঙালীৰ তুমি ফুটবল
- ষ্ট্ৰাইকাৰ
- স্বপ্নেৰ ফেৰিওয়ালা (১৯৯৯)
- পায়ে পায়ে হেঁটে চলো
- যখন সময় থমকে দাঁড়ায়
- সাৰাদিন ৰিমঝিম
- সে স্বপ্নেৰ
- ৰিমঝিম ৰিমঝিম
- একা একা পথ চলা
- একদিন ঝড় থেমে যাবে
- শ্ৰী চৰণেষু নেতৃবৃন্দ (১৯৯৯)
- আৰো কতকাল
- ৰাত বেড়েছে
- সমাধান
- অন্য ভাৰত
- পাহাড় দেখা
- ৰাজ অনুগ্ৰহ
- শ্ৰী চৰণেষু নেতৃবৃন্দ
- তোমাৰ জন্মদিন
- আনতে ভোৰ (২০০০)
- চলো নতুন কৰে
- নাচে চাঁদ দিঘিৰ কালো জলে
- সাৰাটা দিন
- আঁধাৰে ভৰা ৰাতি
- সুদক্ষিণা, আৰ পাৰি না
- এক বুক আকাশ
- এই যে ৰক্তে ঘামে
- জলসিঁড়ি (২০০০)
- বলো সুজন
- তোমাৰ স্বপন নিয়ে
- অঝৰ ধাৰায় শ্ৰাৱণ ঝৰে
- আমি কালো মেয়ে
- বুঝেও বুঝে না
- হঠাৎ হাওয়া এসে
- যেতে যেতে
- কিছু চাওয়া
- চলতি এ জীৱন (২০০০)
- ঘুম আয়
- চলতি এ জীৱন
- গঙ্গাৰাম
- ঘুমঘুম নিঝুম
- যেতে যেতে
- কথা ছিল
- ও লিনা
- নচিকেতাৰ আৱিষ্কাৰ (২০০১)
- সঘন মগন
- একদিন যাবেই চলে
- মেঘেদেৰ ভেলায়
- মাঝে মাঝে পৃথিবীটা
- এ কোন বাঁশুৰিয়া
- সবুজেৰ ফিকে ৰঙ
- সাৰাদিন ভেবে
- আকাশ যখন
- প্ৰজন্ম (২০০২)
- হয়তো সে আমাৰই ভুল
- কণ্ঠ ভৰে গান দিয়েছ
- কি বেথায় ঝৰে যায়
- নিবে গেছে দ্বীপ
- স্বপ্ন শেষ
- নচিকেতাৰ ফিৰে দেখা (২০০৩)
- ঝৰে যাওয়া তাৰা
- শুনে সাঁঝবেলাৰ সে গান
- ৰাত নিঝুম
- ইতিহাস
- হয়তো তোমাৰ
- পাশাপাশি
- বেলা বয়ে গেল কখন
- আসলে
- যদি কোনো সন্ধ্যায় (২০০৩)
- যাও মেঘ যাও
- এই পথে আজও
- সাৰাটা আকাশ
- স্বপ্নেৰ পাতা ঝৰা
- যদি কোনো সন্ধ্যায়
- ফিৰে এসো
- কতবাৰ ছুঁয়েছি
- এলামেলো
- বন্ধু নামো পথে (২০০৩)
- বন্ধু নামো পথে
- বনলতা
- ইলিশ মাছেৰ
- তুমি বলেছিলে
- যখন আমি জন্ম নিলাম
- ওই মৌসুমী ধৰে
- সাৰা জীবন ধৰে
- সাৰমতি এক্সপ্ৰেস
- গানই শ্ৰেষ্ঠ সাধনা (২০০৪)
- না ৰে না, শ্ৰাবণ আৰ নয়
- হৃদয়ে জাগে শিহৰণ
- আমি এক আধফোটা সূৰ্য্যমুখি
- এ তো কান্না নয়
- কোন অপৰাধে আমি
- প্ৰথমে সকাল শেষে সন্ধ্যা
- বনলতা (২০০৪)
- বন্ধু নামো পথে
- বনলতা
- ঝৰে পাগল হাওয়া
- আনমনে তাৰই ছবি এঁকেছি
- সাৰমতি এক্সপ্ৰেস
- যখন আমাৰ বয়েস ছিল
- চেনা জানা সুৰে
- পাখিদেৰ কুহুতান
- নচিকেতাৰ হঠাৎ আবাৰ (২০০৫)
- যদি হঠাৎ আবাৰ
- দৃষ্টি ঝাপসা
- ফেৰা মানে
- মন চায়
- কে যে এলে
- কী নামে ডাকব তোমায়
- ধা ধা ধিন ধিন
- একটু দেখা
- বালিকা (২০০৫)
- বালিকা
- যদি হঠাৎ আবাৰ
- ৰেড ৰোজ
- মাঝে মাঝে পৃথিবীটা
- সবুজেৰ ফিকে ৰং
- আহ্বান
- জ্বলে বুকে কী আগুন
- একদিন যাবোই চলে
- স্বপ্ন দেখে মন
- পলাশ প্ৰিয়া (২০০৫)
- মায়া মেঘেৰ ছায়ায় ঢাকা
- We Believe In Now A Better Tomorrow (২০০৫)
- Windows Open Wide
- দিল দৰিয়াৰ
- আসবেই খুশিৰ জোয়াৰ
- কোয়াশা জৰানো
- জতই বানাও তাজমহল
- Aazhi Alaiye
- আও মিলকে সাথ
- মনেৰ হদিশ (২০০৬)
- বল মন সুখ বল
- এক জীৱনে
- কে জানে কত না
- মনেৰ হদিশ
- নিশিৰাতে, আঁধাৰেতে
- যে ভাবেই তুমি
- যা যা ফেৰাৰি মন
- কোথা পাবি মন
- আমি নই সে আমি (২০০৮)
- কখন তুমি আসবে বলে
- নীল সামিয়ানা গায়
- আমি নই সে আমি
- যা ৰে যা ৰে যা মন
- হাজাৰ মুখেৰ মিছিলে
- এ অবেলায়
- বাৰে বাৰে একই ভুল
- যাত্ৰা (২০০৮)
- বিজুৰি চমকে বৰসে
- ঝৰো ঝৰো বৰষে
- শাম ভই বিন শ্যাম
- পুষ্পবনে পুষ্প নাই
- আৰি এৰি অলি পিয়া বিন
- দাঁড়িয়ে আছ
- কেয়া জাদু ডালা
- বাজে কৰুণ সুৰে
- পুবানা চলত ভোৰ
- এ কী সুগন্ধ হিল্লোল
- ৰঙ্গ ৰঙ্গিলা বদৰা মোৰা
- এ কী লাবণ্যে
- এবাৰ সফৰ (২০০৯)
- দু চোখে নীৰব ভাষা
- দিনমান
- এ আঁধাৰ ৰাত পেৰিয়ে
- স্কুল
- স্বপ্ন
- ভালো লাগে না হিষ্ট্ৰি
- মন খাৰাপ কৰা দুপুৰ
- অৰূপ নগৰ
- ব্ৰাত্য বসুৰ নাটকেৰ গান (২০০৯)
- যেভাবে উড়তে হয়
- চোখ থেকে ঘষে ঘষে
- দিন বদলেৰ গান (২০১১)
- তাৰ দুটো চোখে
- কবিতা
- প্ৰতিবাদ আগুন
- ফিৰিয়ে দাও
- জব্দ কৰবে কাকে
- যখন তোমাৰ ভাঙবে ঘুম
- ভয় পেও না ভয়
- কে দেখাবে পথ
- ইশ্ক বাওৰি (২০১২)
- ইশক সাধনা ইশক
- একলা মন এই মন
- ফুলেৰ মত কোমল
- এই বৃষ্টি
- সোণা ঝৰা এই যে সকাল
- কেনভাস (২০১৩)
- ভেলেণ্টাইন ওহ মাই ভেলেণ্টাইন
- আমাৰ একটা কথা ছিল
- আমি এক ঘৰ ছাড়া বাউল
- আমি হেমিলনেৰ বাসিয়োয়ালা
- আমি শান্তি চাই শান্তি চাই
- বাবাৰ হাত ধৰে প্ৰথম
- দেখেছিলাম একটি নদী
- কালো এক মেয়েৰ কথা
- ফাগুন আজ জ্বালো আগুন ফুলেৰ বনে
- ৰঙধুনুৰ ৰঙ দেখে যদি যানতে চাও
- টিলাৰ উপৰ ঘৰৰে আমাৰ
- ফেৰাৰী পাখি (২০১৫)
- যাৰে যা
- আজই বসন্তে
- বাইৰে অনেক ৰাত
- ভৰা জোসনায়
- এই শ্ৰাৱণ বেলায়
- ঘুম আসে না
- জল কি একা
- কত ৰাত এলো
- ফুলেৰ বেথা
- দ্ৰোণ এবং একলব্য (২০১৫)
- নাহয় একটা কথাৰ দিব্যি দিয়ে
- মিথ্যে নিয়ে বেচে থাকাৰ মানে
- মুঠো খুলে ধূলোখেলা
- নাইবা হলো আবাৰ দেখা
- খোজে গান পলকা মেঘ
- আমি বসে আছি
- ৰঙ চাঁদনে, মন বানভাসি
- হাওয়ায় টানা সময় গাড়ি
- এক ফালি ৰোধ, চিলটে হাওয়া
- ভীজবে বলে আমাৰ শহৰ
- ঝৰা পাতা (২০১৫)
- এসো বৈশাখ
- ঝৰা পাতা
- তোমাৰ সাথে
- জোৎসনায় ভৰা
- কত কি
- এ ব্যাথা
- ৰাতেৰ আকাশ
- তুমি সূৰ্য
- যতনে সাজাবো
- আয় ভোৰ (২০১৫)
- আয় ভোৰ
- কলেজ লাইফ
- ৰাজনীতি
- টাকা
- মডাৰ্ন কাওয়ালী-২ (ঝিনুকেৰ বুকে)
- মা নেই
- সুন্দৰী বাংলাদেশ
- শৈশৱ
- আলোকিত বিশ্ব
- একটা শালিক
- একলা নাবিক
- দিন যায়
সংকলিত এলবাম
[সম্পাদনা কৰক]- সে প্ৰথম প্ৰেম আমাৰ (১৯৯৪)
- বাটা গানেৰ ক্যাসেট
- ত্ৰিবেনী (১৯৯৭)
- এ্যামবিশান্ (১৯৯৭)
- সময়েৰ ডানায় (১৯৯৯)
- আগামী পৃথিবী শোনো (১৯৯৯)
- বৃদ্ধাশ্ৰম (২০০১)
- আজকেৰ জন্য (২০০৪)
- HMV-ৰ সাথে নচিকেতা (২০০৫)
- এখন তখন (২০০৫)
- সৰকাৰী কৰ্মচাৰী (২০০৬)
- গ্ৰাফিতি (২০০৬)
- বেষ্ট অফ নচিকেতা (২০০৭)
- সোণাৰ বাংলা-১ (২০০৭)
- দিন যাপনেৰ তাৰা (২০০৭)
- আনন্দগান (২০০৮)
- নগৰ বাউল (২০০৮)
- এৰাই সেৰা (২০১০)
- বেষ্ট অফ নচিকেতা (২০১২)
- বেষ্ট অফ নচিকেতা, ভলুম ২ (২০১২)
- লাভ সংসঃ বেঙ্গলি হিটস (২০১২)
- চোদ্দয় ১৪ (২০১২)
- সময়েৰ পথ ধৰে
বঙালী চলচ্চিত্ৰ
[সম্পাদনা কৰক]- প্ৰজাপতি (১৯৮০)
- ধুলো আৰ ধোঁয়া মাখা
- প্ৰজাপতি হতে চায় যদি মন
- সেদিন চৈত্ৰমা (১৯৯৭)
- ওই যে পথে উড়ছে ধূলো
- আমি তো ছিলাম
- দূৰে তেপান্তৰ
- এবং তুমি আৰ আমি (১৯৯৭)
- তিন তালে নেচে ওঠে মন
- আমাৰ মনেৰ এই শূন্য খাতাতে
- পাখিদেৰ কুহুতান
- মনে মনে যাৰে আমি চাইৰে
- হে কাৰ ইশাৰায়
- আনমনে যাৰে আমি চাই ৰে
- হঠাৎ বৃষ্টি (১৯৯৮)*
- ছোট ছোট স্বপ্নেৰ দিন
- একদিন স্বপ্নেৰ দিন
- সোণালী প্ৰান্তৰে
- ঘুম আসে না
- চুপি চুপি (২০০১)
- দিন যায় দিন চলে যায়
- খেলাঘৰ (১৯৯৮)*
- মাটিৰ ভাঁড়েতে চা
- স্বপ্নেৰ শহৰ
- কখনো কখনো কি মনে কৰে হায়
- বুকেৰ ভেতৰ সাতটা সাগৰ
- আজ বদলে বদলে গেছে
- এই যে আঁকাবাঁকা পথে
- বৃষ্টিৰ জল হয়ে
- চৌধুৰী পৰিবাৰ (১৯৯৮)
- আমি হিৰু
- মন বলে যায়
- অনুপমা (১৯৯৯)
- মোনালিসা নয়
- চাকা (২০০০)
- দুলছে মাটি
- হাতেৰ মুঠোয়
- চোৰ ও ভগবান (২০০৩)
- চোৰ চোৰ
- তু মেৰি জান
- একে এক দুই হয়
- স্বপ্নেৰ শহৰ (২০০১)
- আজ বদলে গেছে দেন
- আমাদেৰ জন্য
- দিন যায় দিন চলে যায়
- ফেৰিওয়ালা
- মাথা দেবনা
- নীলাঞ্জনা পৰ্ব ২
- পাগলা জগাই
- স্বপ্নেৰ শহৰ
- তুমি কখনো শুনেছ কি?
- ৰাস্তা (২০০৩)
- মেজদিদি (২০০৩)
- সমুদ্ৰসাক্ষী (২০০৪)
- মহুলবনীৰ সেৰেঞ (২০০৪)
- পাহাড়ে পথ হাঁটলে
- আবাৰ আসব ফিৰে (২০০৪)
- জীৱনেৰ মশালে আগুন জ্বেলে দাও
- কালো চিতা (২০০৪)
- কিসনে কাল দেখা মেৰি জান
- ৰং নাম্বাৰ (২০০৪)
- তুমি যদি চাও একবাৰ
- The BONG CONNECTION (২০০৬)
- পাগলা হাওয়াৰ বাদল দিনে
- দশ দিন পৰে (২০০৭)
- কিছু ৰঙ
- ভালো আৰ মন্দতে
- চলো, Let's Go (২০০৮)
- আমেজিং গ্ৰেস
- খেলা (২০০৮)
- পালাচ্ছে দিন ৰাত্ৰি
- ১০:১০ (২০০৮)
- বনলতা
- শাঁখা সিঁদূৰেৰ দিব্বি (২০০৮)
- হাসিখুশি ক্লাব (২০০৯)
- MADLY বঙালী (২০০৯)
- কে আছ কোথায়
সংগীত পৰিচালক
[সম্পাদনা কৰক]- হঠাৎ বৃষ্টি (১৯৯৮)
- সমুদ্ৰ সাক্ষী (২০০৪)
- হোম - দ্য ইউনিটি (অপ্ৰকাশিত) (২০০৯)
- গো ফৰ গোল (২০০৯)
- কাটাকুটি( ২০১২)
অভিনেতা
[সম্পাদনা কৰক]- এই বেশ ভালো আছি (১৯৯৩)
- কে যায় (১৯৯৪)
- কুয়াশা যখন (১৯৯৭)
- খেলা (২০০৮)
- কাটাকুটি (২০১২)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Call from the East". Pune Newsline. 1 April 2005. http://cities.expressindia.com/fullstory.php?newsid=123296.[সংযোগবিহীন উৎস]
- ↑ http://www.aminachiketa.com/galleries/press/2012%20August%20Kishore%20Bharati.jpg
- ↑ "Shekorer taane ghure gelen Nachiketa". amaderbarisal.com. 18 November 2014. http://www.amaderbarisal.com/news/82062.aspx.
- ↑ "Digital Music, Carvaan, Yoodlee Films, TV". Saregama. http://www.saregama.com/portal/pages/artist?mode=get_details_by_name&artistName=NACHIKETA%20CHAKRABORTY। আহৰণ কৰা হৈছে: 26 August 2017.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত নচিকেতা চক্ৰৱৰ্তী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- NACHIKETA
- 'Yes, I'm arrogant. So what?' The Times of India, 30 July 2007