নলবৰীয়া উপভাষা
অৱয়ব
(নলবাৰীয়া উপভাষাৰ পৰা পুনঃনিৰ্দেশিত)
নলবাৰীয়া উপভাষা (ইংৰাজী: Nalbariya dialect) হৈছে অসমৰ নলবাৰী জিলা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ঘাইকৈ প্ৰচলিত অসমীয়া ভাষাৰ এটি উপভাষা৷[1] ই কামৰূপী গোটৰ তিনিটা উপভাষাৰ ভিতৰত এটা। বাকীদুটাৰ ভিতৰত এটা হৈছে বৰপেটিয়া উপভাষা আৰু আনটো পলাশবাৰীয়া উপভাষা৷
ধ্বনিবিজ্ঞান
[সম্পাদনা কৰক]| সন্মুখ | কেন্দ্ৰীয় | পশ্চ | |||||||
|---|---|---|---|---|---|---|---|---|---|
| আইপিএ | আৰঅ'এম | লিপি | আইপিএ | আৰঅ'এম | লিপি | আইপিএ | আৰঅ'এম | লিপি | |
| উচ্চ | i | i | ই/ঈ | u | u | উ/ঊ | |||
| উচ্চ-মধ্য | ʊ | ú | ও | ||||||
| উচ্চ-নিম্ন-মধ্য | e | é | এ’ | ||||||
| নিম্ন-মধ্য | ɛ | e | এ | ɔ | o | অ | |||
| নিম্ন | a | a | আ | ||||||
নলবাৰীয়া উপভাষাত সাতটা বিশিষ্ট স্বৰধ্বনি আছে। বৰপেটীয়া উপভাষা আৰু মানক অসমীয়াৰ[3] সৈতে ই প্ৰায় একে। যদিও ইহঁতৰ এটা অতিৰিক্ত বিশিষ্ট স্বৰধ্বনি আছে।
টোকা
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- Das, Dhirendra Nath (1990). The Dialects of Goalpara and Kamrup: A Comparative Study (Ph.D.). Gauhati University.