সমললৈ যাওক

নলবৰীয়া উপভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নলবাৰীয়া উপভাষা (ইংৰাজী: Nalbariya dialect) হৈছে অসমৰ নলবাৰী জিলা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ঘাইকৈ প্ৰচলিত অসমীয়া ভাষাৰ এটি উপভাষা[1]কামৰূপী গোটৰ তিনিটা উপভাষাৰ ভিতৰত এটা। বাকীদুটাৰ ভিতৰত এটা হৈছে বৰপেটিয়া উপভাষা আৰু আনটো পলাশবাৰীয়া উপভাষা৷

ধ্বনিবিজ্ঞান

[সম্পাদনা কৰক]
স্বৰধ্বনি[2]
সন্মুখ কেন্দ্ৰীয় পশ্চ
আইপিএ আৰঅ'এম লিপি আইপিএ আৰঅ'এম লিপি আইপিএ আৰঅ'এম লিপি
উচ্চ i i ই/ঈ u u উ/ঊ
উচ্চ-মধ্য ʊ ú
উচ্চ-নিম্ন-মধ্য e é এ’
নিম্ন-মধ্য ɛ e ɔ o
নিম্ন a a

নলবাৰীয়া উপভাষাত সাতটা বিশিষ্ট স্বৰধ্বনি আছে। বৰপেটীয়া উপভাষা আৰু মানক অসমীয়াৰ[3] সৈতে ই প্ৰায় একে। যদিও ইহঁতৰ এটা অতিৰিক্ত বিশিষ্ট স্বৰধ্বনি আছে।

  1. (Das 1990:63)
  2. (Das 1990:63)
  3. (Das 1990:63)

তথ্য উৎস

[সম্পাদনা কৰক]
  • Das, Dhirendra Nath (1990). The Dialects of Goalpara and Kamrup: A Comparative Study (Ph.D.). Gauhati University.