নল টেঙা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নল টেঙা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Vitales
পৰিয়াল: Vitaceae
গণ: Tetrastigma

নল টেঙা হৈছে লতাজাতীয় উদ্ভিদ। ইয়াৰ পাত, কাণ্ড আদিৰ সোৱাদ টেঙা। সাধাৰণতে নল টেঙা বুলিলে কেইবাবিধো লতাক বুজায়। টেট্ৰাষ্টিগ্‌মা লিউক’ষ্টেফাইলাম (Tetrastigma leucostaphylum), টেট্ৰাষ্টিগ্‌মা এংগুষ্টিফলিয়া (Tetrastigma angustifolia) আদি। বহু ঠাইত চেপেটা লতা (বৈজ্ঞানিক নাম: Cayratia trifolia) নামৰ ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ টেঙা সোৱাদযুক্ত লতাজাতীয় উদ্ভিদকো নল টেঙা বুলি কয়। অসমীয়া সমাজত নলটেঙা আৰু মাছৰ টেঙা জোল অতি জনপ্ৰিয় খাদ্য।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]