টেট্ৰাষ্টিগ্মা লিউক’ষ্টেফাইলাম
অৱয়ব
টেট্ৰাষ্টিগ্মা লিউক’ষ্টেফাইলাম | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Vitales |
পৰিয়াল: | Vitaceae |
গণ: | Tetrastigma |
প্ৰজাতি: | leucostaphylum |
বৈজ্ঞানিক নাম | |
T. leucostaphylum (Dennst.) Alston ex Mabb. 1977 |
টেট্ৰাষ্টিগ্মা লিউক’ষ্টেফাইলাম (নল টেঙা) (ইংৰাজী: Tetrastigma leucostaphylum) বা ইণ্ডিয়ান চেষ্টনাট ভাইন (Indian Chestnut Vine) হৈছে ভিটাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক লতাজাতীয় উদ্ভিদ। ইয়াক শ্ৰীলংকা[1], অসম, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মেঘালয়, উৰিষ্যা, তামিলনাডু, নেপাল আৰু দক্ষিণ পূৱ এছিয়াত পোৱা যায়।[2]
স্থানীয় ভাষাত ইয়াক, অসমীয়াত নলটেঙা, তামিলত পিৰাণ্টাইকট্টি আৰু তেলেগুত কন্দ দ্ৰাক্সা বুলি কয়।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Tropicos | Name - Tetrastigma leucostaphylum". tropicos.org. http://www.tropicos.org/Name/34000718। আহৰণ কৰা হৈছে: 2017-08-03.
- ↑ 2.0 2.1 "Indian Chestnut Vine". https://www.flowersofindia.net/catalog/slides/Indian%20Chestnut%20Vine.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৱিকিমিডিয়া কমন্সত Tetrastigma leucostaphylum সম্পৰ্কীয় মিডিয়া ফাইল।
- ৱিকিপ্ৰজাতিত Tetrastigma leucostaphylum সম্পৰ্কীয় তথ্য