নানজিয়াম্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নানজিয়াম্মা
Nanjiyamma

২০২০ চনত নানজিয়ামামা
জন্ম ০১ জানুৱাৰী, ১৯৬০ (৬৪ বছৰ)
আট্টাপ্পাদি, পালক্কাদ, কেৰালা, ভাৰত
নাগৰিকত্ব ভাৰতীয়
পেচা
  • লোকগায়ক
  • প্লেবেক গায়ক
  • কৃষক
সক্ৰিয় হৈ থকা সময় ২০২০-
উল্লেখযোগ্য কৰ্ম আয়্যাপ্পানুম কোছিয়ম চিনেমাখনৰ "কলক্কথা" গীত
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা,
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা (বিশেষ জুৰী বঁটা)

নানজিয়াম্মা(ইংৰাজী: Nanjiyamma) ; জন্ম: ১ জানুৱাৰী ১৯৬০) কেৰেলাৰ এটা জনজাতীয় সম্প্ৰদায়ৰ পৰা অহা এগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাৰতীয় লোকগীতশিল্পী। ২০২০ চনত মালয়ালম ছবি আয়াপ্পানুম কোছিয়মত গীত গোৱাৰ পিছত তেওঁ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে।[1][2]ইৰুলা ভাষাত নিজে ৰচনা কৰা আৰু জেকছ বেজয়ে ৰচনা কৰা ছবিখনৰ টাইটেল গীত "কলক্কথা" ইউটিউবত মুক্তি পোৱাৰ পিছতে জনপ্ৰিয়তা লাভ কৰে। এমাহত এই গীতটিয়ে এক কোটিৰো অধিক দৰ্শন লাভ কৰিছিল। [3][4]

জীৱন আৰু কৰ্ম[সম্পাদনা কৰক]

আট্টাপ্পাদিৰ ইৰুলা জনজাতীয় গাঁও নক্কুপতি পিৰিভুত নানজিয়াম্মাৰ জন্ম হৈছিল। নানজিয়াম্মাই খেতি কৰি আৰু গৰু-ম’হ চোৱা-চিতা কৰি নিজৰ ঘৰ চলায়।[5] তেওঁ সদায় প্ৰকৃতিৰ লগত জড়িত হৈ আছে। দশক-দশক ধৰি তেওঁ খেতি আৰু গৰু-ম’হ পালনৰ লগত জড়িত। নানজিয়াম্মাৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ আছে। তেওঁৰ পুত্ৰ চ্যাম আগালীস্থিত সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত কৰ্মচাৰী।[6]

আট্টাপ্পাদীৰ জনজাতীয় শিল্পী পাঝানী স্বামীৰ নেতৃত্বত আজাদ কলা সমিতিৰ এগৰাকী লোকগায়িকা নানজিয়াম্মা। পিছলৈ ২০২০ চনত আয়াপ্পানুম কোছিয়ম নামৰ ছবিখনৰ জৰিয়তে প্লেবেক গায়কীৰ সৈতে পৰিচয় কৰাই দিয়া হয়। ছবিখনত নায়িকা বিজু মেননৰ শাহুৱেকৰ চৰিত্ৰতো অভিনয় কৰিছে। [7] তেওঁ প্ৰথমে মথৰুমোঝিৰ বাবে অগগেদু নায়াগা নামৰ এখন তথ্যচিত্ৰৰ বাবে গাইছিল সিন্ধু সজন পৰিচালনাত।[8] নানজিয়াম্মাই কেৰেলা চৰকাৰৰ গৃহ নিৰ্মাণ কাৰ্যসূচী লাইফ মিছনৰ বাবে প্ৰচাৰমূলক গীতটো গাইছিল আৰু কেৰেলাত জনসংযোগ কাৰ্যসূচীৰ বাবে ইৰুলা ভাষা প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।[8][9]

২০২০ চনত আয়্যাপ্পানুম কোছিয়ম ছবিখনৰ প্লেবেক ৰেকৰ্ডিঙৰ সময়ত নানজিয়াম্মা

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

আয়াপ্পানুম কোছিয়ম চিনেমাৰ "কলক্কাথা" গীতটোৰ বাবে নানজিয়াম্মাক ভাৰতৰ ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ বাবে বঁটা প্ৰদান কৰা হৈছিল।[10] ২০২০ চনত কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ বিশেষ জুৰী বঁটা লাভ কৰিছিল।[11],[12]

ডিস্কোগ্ৰাফী[সম্পাদনা কৰক]

বছৰ চলচ্চিত্ৰ গীত সুৰকাৰ
TBA Mmmmm "Paathyile Nerunki Mollu"
TBA Vava "Veli Vaa"
2022 Chekkan "Athukku Antha"
2022 Station 5 "Dakka Dakka"
2020 Ayyappanum Koshiyum "Adakachakko (Promo Song)" Jakes Bejoy
"Kalakkatha"
"Thaalam Poyi"
2015 Velutha Rathrikal "Hey Vannathi ..."
"Mallike"
" Muttolam Mundudutha"
"Hey Karadi ..."
2015 Aggedu Nayaga "Kakke Daage ..." Manakkala Goopalakrishanan
"Kelaye daage gogunthee"
" Akkare vantha pachakkiliye"
"Le le le karadi"

ফিল্মগ্ৰাফী[সম্পাদনা কৰক]

বছৰ চলচ্চিত্ৰ ভূমিকা নিৰ্দেশক ভাষা টোকাসমূহ
2020 Ayyappanum Koshiyum Kannamma's Mother Sachy Malayalam Uncredited role
2020 Chunkan Nanjiamma Malayalam Musical video
2020 The Prince of Mollywood Prithviraj Nanjiamma Malayalam Musical video
also singer
2021 Payanam Malayalam Musical video
2022 Chekkan - Malayalam
TBA Signature Malayalam
TBA Mmmm Malayalam

টেলিভিছন[সম্পাদনা কৰক]

টেলিভিছন অনুষ্ঠান তাৰিখ ভূমিকা চেনেল টোকা
Bumper Chiri Aghosham Nanjiyamma Mazhavil Manorama
Naattupattu April 2022 Nanjiyamma Janam TV
Parayam Nedam April 2022 Nanjiyamma Kaumudy Participant
Salt and Pepper December 2021 Nanjiyamma Kaumudy Presenter
Ruchiyathra 22 November 2020 Nanjiyamma Surya TV Presenter
Madhura Pathinettil Prithvi 28 August 2020 Nanjiyamma Surya TV Guest
Karthika Deepam July Nanjiyamma Zee Keralam Special appearance
Singer for title song
Ningalkkum Aakaam Kodeeshwaran February 2020 Nanjiyamma Mazhavil Manorama Guest
Sa Re Ga Ma Pa Keralam February Nanjiyamma Zee Keralam Guest
Top Singer February Nanjiyamma Flowers Guest

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Nanjiyamma-Tribal Artiste-Ayyapanum Koshiyum Song". Manoramaonline.com. https://english.manoramaonline.com/entertainment/music/2020/02/06/nanjiyamma-tribal-artiste-ayyapanum-koshyum-song.html. 
  2. "Tribal woman from Attapadi to sing in Malayalam director Sachy's 'Ayyappanum Koshiyum". The New Indian Express. https://www.newindianexpress.com/states/kerala/2020/feb/02/tribal-woman-from-attapadi-to-sing-in-malayalam-director-sachys-ayyappanum-koshiyum-2098040.html. 
  3. "Kalakkatha-Title Song-Ayyappanum Koshiyum - Prithviraj-Biju Menon - Sachy-Ranjith - Jakes Bejoy". YouTube. https://www.youtube.com/watch?v=mR2wpadUDUA. 
  4. "60-year-old Nanjamma goes viral with song in Malayalam film 'Ayyappanum Koshiyum'". The Hindu. https://www.thehindu.com/entertainment/movies/60-year-old-nanjamma-goes-viral-with-song-in-malayalam-film-ayyappanum-koshiyum/article30750812.ece. 
  5. Local News Desk (25 July 2022). "'Took Me To Fame I Never Dreamt of': Nanjiyamma on Director Sachidanandan KR". News 18. https://www.news18.com/news/movies/took-me-to-fame-i-never-dreamt-of-nanjiyamma-on-director-sachidanandan-kr-5623069.html। আহৰণ কৰা হৈছে: 27 July 2022. 
  6. Jovial, Nirmal (July 22, 2022). "Meet Nanjiyamma, folk singer who brought national award glory to a tribal hamlet". The Week. https://www.theweek.in/news/entertainment/2022/07/22/i-did-not-know-about-this-award-says-national-award-winning-playback-singer-nanjiyamma.html। আহৰণ কৰা হৈছে: 27 July 2022. 
  7. "Aggedu Nayaga (Mathrumozhi) by Sindhu Sajan". Manorama Online. https://www.manoramaonline.com/music/music-news/2020/02/05/nanchiyamma-song-the-movie-ayyappanum-koshiyum.html. 
  8. "video of life mission housing". Deshabhimani. https://www.deshabhimani.com/news/kerala/life-mission-ldf-pinarayi-vijayan/856909. 
  9. "CMO Kerala on Life Mission". Facebook. https://www.facebook.com/CMOKerala/videos/505955566786439/. 
  10. "Best Female Playback Singer: Nanchamma-". www.thehindu.com. https://www.thehindu.com/entertainment/movies/68th-national-film-awards-live-here-are-all-the-winners/article65670011.ece. 
  11. "Special Jury Award for Nanjamma-". www.filmibeat.com. https://www.filmibeat.com/malayalam/news/2021/kerala-state-film-awards-2021-winners-list-jayasurya-anna-ben-the-great-indian-kitchen-win-322838.html. 
  12. "Special Jury Award for Nanjamma-". keralakaumudi.com. https://keralakaumudi.com/en/news/news.php?id=663114&u=. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]