নিউ হৰাইজন্‌ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


নিউ হৰাইজনচ

শিল্পীৰ ধাৰণাত নিউ হৰাইজনচ ২০১৫ চনৰ জুলাইত প্লুটোৰ কাষ পাওঁতে
অভিযানৰ প্ৰকাৰ প্লুটো ফ্লাইবাই
নিয়ন্ত্ৰক নাছা
COSPAR ID 2006-001A
SATCAT № 28928
ৱেবছাইট pluto.jhuapl.edu
অভিযানৰ সময় প্ৰাথমিক অভিযান: ৯.৫ বছৰ
মহাকাশযানৰ বৈশিষ্টসমূহ
নিৰ্মাতা এপিএলছাউথৱেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউট
উত্‍ক্ষেপিত ভৰ 478 কিলোগ্ৰামs (1 পাউণ্ড)
শক্তি ২২৮ ৱাট
অভিযানৰ আৰম্ভনি
উৎক্ষেপনৰ দিন ১৯ জানুৱাৰী ,২০০৬ (,২০০৬-01) ১৯:০০ ইউটিচি
ৰকেট এটলাছ V 551
উঃক্ষেপন কেন্দ্ৰ স্পেছ লাঞ্চ কমপ্লেক্স 41
কেপ কেনেভাৰেল এয়াৰ ফ'ৰ্চ ষ্টেছন, ফ্ল'ৰিডা, যুক্তৰাষ্ট্ৰ
সঞ্চালক ইণ্টাৰনেছনেল লাঞ্চ ছাৰ্ভিছেজ
New Horizons - Logo2 big.png

নিউ হৰাইজনচ (ইংৰাজী: New Horizons) এটি মহাকাশযান যি প্লুটো গ্ৰহৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। ইয়াক ২০০৬ খৃষ্টাব্দৰ জানুৱাৰীফ্ল'ৰিডাৰ কেপ কেনাভেৰাল এয়াৰফৰ্চ ষ্টেচনৰ পৰা উৎক্ষেপিত কৰা হৈছিল। ই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা প্ৰতিস্থান নাচাৰ এটি প্ৰকল্প। প্লুটোলৈ যোৱাৰ পথত ই বৃহস্পতি গ্ৰহৰ কাষেৰে পাৰ হৈ যায়। এনে কৰি ই বৃহস্পতি গ্ৰহৰ মধ্যাকৰ্ষণ শক্তি ব্যৱহাৰ কৰি নিজৰ গতি বৃদ্ধি কৰিছিল৷ বৰ্তমান ই মানৱ প্ৰেৰিত মহাকাশযানসমূহৰ ভিতৰত সবাতোকৈ দ্ৰুত গতি সম্পন্ন। ইয়াৰ গতি ঘণ্টাত ৫০ হাজাৰ মাইল। মহাকাশ বিজ্ঞানীসকলৰ লক্ষ্য এই মহাকাশযান ৩৪ গিগাবাইট পৰিমাণৰ তথ্য সংগ্ৰহ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰোৱাৰ। ইতিমধ্যে পৃথিবীৰ পৰা ৬০০ মিলিয়ন মাইলৰো অধিক দূৰত্বৰ পৰা ফটো আৰু অন্যান্য তথ্য পঠিয়াইছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]


বাহ্যিক সংযোগ[সম্পাদনা কৰক]