নিউ হৰাইজন্ছ
অৱয়ব
| অভিযানৰ প্ৰকাৰ | প্লুটো ফ্লাইবাই |
|---|---|
| নিয়ন্ত্ৰক | নাছা |
| COSPAR ID | 2006-001A |
| SATCAT no. | 28928 |
| ৱেবছাইট | pluto |
| অভিযানৰ সময় | প্ৰাথমিক অভিযান: ৯.৫ বছৰ |
| মহাকাশযানৰ বৈশিষ্টসমূহ | |
| নিৰ্মাতা | এপিএল •ছাউথৱেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউট |
| উত্ক্ষেপিত ভৰ | ৪৭৮ কিলোগ্ৰাম (১,০৫০ পাউণ্ড) |
| ক্ষমতা | ২২৮ ৱাট |
| অভিযানৰ আৰম্ভণি | |
| উৎক্ষেপণৰ তাৰিখ | ১৯ জানুৱাৰী ,২০০৬ ১৯:০০ ইউটিচি |
| ৰকেট | এটলাছ V 551 |
| উৎক্ষেপণ স্থলী | স্পেছ লাঞ্চ কমপ্লেক্স 41 কেপ কেনেভাৰেল এয়াৰ ফ'ৰ্চ ষ্টেছন, ফ্ল'ৰিডা, যুক্তৰাষ্ট্ৰ |
| Contractor | ইণ্টাৰনেছনেল লাঞ্চ ছাৰ্ভিছেজ |
নিউ হৰাইজনচ (ইংৰাজী: New Horizons) এটি মহাকাশযান যি প্লুটো গ্ৰহৰ উদ্দেশ্যে প্ৰেৰণ কৰা হৈছে। ইয়াক ২০০৬ খৃষ্টাব্দৰ জানুৱাৰীত ফ্ল'ৰিডাৰ কেপ কেনাভেৰাল এয়াৰফৰ্চ ষ্টেচনৰ পৰা উৎক্ষেপিত কৰা হৈছিল। ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা প্ৰতিস্থান নাচাৰ এটি প্ৰকল্প। প্লুটোলৈ যোৱাৰ পথত ই বৃহস্পতি গ্ৰহৰ কাষেৰে পাৰ হৈ যায়। এনে কৰি ই বৃহস্পতি গ্ৰহৰ মধ্যাকৰ্ষণ শক্তি ব্যৱহাৰ কৰি নিজৰ গতি বৃদ্ধি কৰিছিল। বৰ্তমান ই মানৱ প্ৰেৰিত মহাকাশযানসমূহৰ ভিতৰত সবাতোকৈ দ্ৰুত গতি সম্পন্ন। ইয়াৰ গতি ঘণ্টাত ৫০ হাজাৰ মাইল। মহাকাশ বিজ্ঞানীসকলৰ লক্ষ্য এই মহাকাশযান ৩৪ গিগাবাইট পৰিমাণৰ তথ্য সংগ্ৰহ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰোৱাৰ। ইতিমধ্যে পৃথিবীৰ পৰা ৬০০ মিলিয়ন মাইলৰো অধিক দূৰত্বৰ পৰা ফটো আৰু অন্যান্য তথ্য পঠিয়াইছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত নিউ হৰাইজনচ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- নিউ হৰাইজনচৰ অফিচিয়েল ৱেবছাইট
- Where is New Horizons now?
- NASA's Solar System Exploration web siteত নিউ হৰাইজনছ (PKB)ৰ প্ৰফাইল
- NSSDC পৃষ্ঠা Archived 2016-12-02 at the Wayback Machine