নিৰোদ কুমাৰ বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নিৰোদ বৰুৱাৰ পৰা পুনঃনিৰ্দেশিত)
নিৰোদ বৰুৱা
জন্ম ১৯৩৬ চন
নগাঁও, অসম
বাসগৃহ জাৰ্মানী
নাগৰিকত্ব জাৰ্মান
শিক্ষানুষ্ঠান কটন কলেজ
বেনাৰস হিন্দু বিশ্ববিদ্যালয়
লণ্ডন বিশ্ববিদ্যালয়, ইংলেণ্ড
বন বিশ্ববিদ্যালয়, জাৰ্মানী
জনা যায় গোপীনাথ বৰদলৈ, ডেভিড স্কট, ভাৰত-জাৰ্মান সম্পৰ্ক
পিতৃ-মাতৃ
  • ডা° ললিত কুমাৰ বৰুৱা
  • কুসুম কুমাৰী বৰুৱা

ড° নিৰোদ কুমাৰ বৰুৱা এগৰাকী অসমীয়া ইতিহাসবিদ। বিগত শতিকাৰ তথা গোপীনাথ বৰদলৈৰ সময়ৰ অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত তেখেত এজন লেখত ল’বলগীয়া ব্যক্তি। ১৯৩৬ চনত অসমৰ নগাঁৱত জন্মগ্ৰহণ কৰা বৰুৱাই কটন কলেজ আৰু বেনাৰস হিন্দু বিশ্ব বিদ্যালয়ত অধ্যয়ন কৰিছিল। তাৰ পিছত তেখেতে ‘লণ্ডন’ আৰু ‘বন’ বিশ্ববিদ্যালয়ৰ পৰা দুবাৰকৈ পি. এইচ. ডি. সম্পূৰ্ণ কৰি জাৰ্মানীত নিগাজিকৈ বাস কৰিবলৈ লয়।[1]

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

১৯৩৬ চনত নগাঁৱত বৰুৱাৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল ডা° ললিত কুমাৰ বৰুৱা। এখেতৰ খুৰাক সকলৰ এজন আছিল বিৰিঞ্চি কুমাৰ বৰুৱা[1]


শিক্ষা আৰু গৱেষণা[সম্পাদনা কৰক]

বৰুৱাই কটন কলেজৰ পৰা প্ৰি ইউনিভা্ছিটি সম্পূৰ্ণ কৰাৰ পিছত বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বিএ, এমএ (বুৰঞ্জী) আৰু আইনৰ শিক্ষা সম্পূৰ্ণ কৰে। ১৯৬১ চনত তেখেত লণ্ডনলৈ গৈ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৪ চনত পিএইচডি ডিগ্ৰী অৰ্জন কৰে।[2] [1]

১৯৭৫ চনত জাৰ্মানীৰ বন বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ‘ভাৰত-জাৰ্মান সম্পৰ্ক’ বিষয়ত দ্বিতীয়টো পিএইচডি ডিগ্ৰী অৰ্জন কৰে।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

বৰুৱা Universities of Koln আৰু Heidelberg ত গৱেষণা ফেল’ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৬৫ ৰ পৰা ১৯৭০ চনলৈ তেখেতে দিল্লী বিশ্ববিদ্যালয়ত ‘Constitutional History of England’ বিষয়টো এমএ শ্ৰেণীত পঢ়ুৱাইছিল।

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

নিৰ্বাচিত গৱেষণা-পত্ৰ[সম্পাদনা কৰক]

কিতাপ[সম্পাদনা কৰক]

ইংৰাজী ভাষাৰ গ্ৰন্থ

  1. Gopinath Bardoloi, 'the Assam problem' and Nehru's centre, Bhabani Books (1 January 2010)
  2. Chatto: The Life and Times of an Indian Anti-Imperialist in Europe, Oxford University Press (16 July 2004)
  3. India and the Official Germany, 1886-1914, Peter Lang AG (31 December 1977)
  4. David Scott in North East India 1803-1831: Bhabani Books, Guwahati (Second Edition 2015)
  5. Germany and the Indians: Between the Wars,
  6. Franz Josef Furtwangler and India: A German Trade Union Internationalist's extraordinary engagement with India, (Co-author: Elisabeth Barooah),

অসমীয়া ভাষাৰ গ্ৰন্থ

  1. পশ্চিম কলা, জাৰ্ণাল এম্পৰিয়াম, নলবাৰী (১৯৯৫)
  2. বৰদলৈ দিনলেখা প্ৰথম খণ্ড, প্ৰকাশন পৰিষদ, গুৱাহাটী (২০০০)
  3. বৰদলৈ দিনলেখা দ্বিতীয় খণ্ড, প্ৰকাশন পৰিষদ, গুৱাহাটী (২০০১)
  4. মোহিনী কলাৰ ছবি, পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী (১৯৯৭)
  5. ইউৰোপীয় মোজেইক, বনলতা, ডিব্ৰুগড় (১৯৯৬)
  6. ভীমকৰ্মা ডা° ললিত কুমাৰ বৰুৱা (সহ সম্পাদক), গুৱাহাটী (১৯৮৬)
  7. এজন সত্যাগ্ৰহীৰ ৰাজনীতি: গোপীনাথ বৰদলৈ আৰু আসাম তেতিয়া আৰু এতিয়া, নগাঁও (২০১০)
  8. অজাতশত্ৰু জননেতা ডাক্তৰ ভূবনেশ্বৰ বৰুৱা, বীণা লাইব্ৰেৰী, গুৱাহাটী (১৯৯৪)

স্বীকৃতি আৰু সন্মান[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "ড° নিৰোদ কুমাৰ বৰুৱাৰ সৈতে সাক্ষাৎকাৰ". xahitya.org. August 2021. https://xahitya.org/nirod-k-baruah/। আহৰণ কৰা হৈছে: 3 October 2021. 
  2. Staff Reporter. "Lokapriya Gopinath Bordoloi Award goes to three". The Sentinel online edition (Guwahati). https://www.sentinelassam.com/topheadlines/lokapriya-gopinath-bordoloi-award-2021-goes-to-three-556793। আহৰণ কৰা হৈছে: 3 October 2021.