নীতিন গাডকাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীতিন গাডকাৰী
Nitin Gadkari
২০১৮ চনত নীতিন গাডকাৰী
ভাৰতৰ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী আৰু ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩০ মে'২০১৯
জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনঃজাগৰণ মন্ত্ৰী
অতিৰিক্ত দায়িত্ব
কাৰ্যকাল
৩ ছেপ্টেম্বৰ ২০১৭ – ২৬ মে' ২০১৯
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী উমা ভাৰতী
পথ পৰিবহন ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৬ মে' ২০১৪
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী অস্কাৰ ফাৰনাণ্ডডেছ
শ্বিপিং মন্ত্ৰী
কাৰ্যকাল
২৬ মে' ২০১৪ – ২৬ মে' ২০১৯
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী জি.কে. ভাচন
ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ
কাৰ্যকাল
১ জানুৱাৰী ২০১০ – ২২ জানুৱাৰী ২০১৩
পূৰ্বসূৰী ৰাজনাথ সিং
উত্তৰসূৰী ৰাজনাথ সিং
মহাৰাষ্ট্ৰ চৰকাৰৰ গড়কাপ্তানী মন্ত্ৰী
কাৰ্যকাল
১৯৯৫ – ১৯৯৯
ভাৰতৰ গ্ৰামোন্নয়ন মন্ত্ৰী
অতিৰিক্ত দায়িত্ব
কাৰ্যকাল
৪ জুন ২০১৪ – ৯ নৱেম্বৰ ২০১৪
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী গোপীনাথ মুণ্ডে
উত্তৰসূৰী চৌধুৰী বীৰেন্দৰ সিং
ভাৰতৰ পঞ্চায়তী ৰাজ মন্ত্ৰী
অতিৰিক্ত দায়িত্ব
কাৰ্যকাল
৪ জুন ২০১৪ – ৯ নৱেম্বৰ ২০১৪
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী গোপীনাথ মুণ্ডে
উত্তৰসূৰী চৌধুৰী বীৰেন্দৰ সিং
খোৱাপানী আৰু স্বচ্ছতা মন্ত্ৰী
অতিৰিক্ত দায়িত্ব
কাৰ্যকাল
৪ জুন ২০১৪ – ৯ নৱেম্বৰ ২০১৪
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী গোপীনাথ মুণ্ডে
উত্তৰসূৰী চৌধুৰী বীৰেন্দৰ সিং
লোকসভাৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬ মে' ২০১৪
পূৰ্বসূৰী বিলাস মোটেমৱাৰ
সমষ্টি নাগপুৰ লোকসভা সমষ্টি
সংখ্যা গৰিষ্ঠতা 2,84,828 (26.25%)
ব্যক্তিগত তথ্য
জন্ম ২৭ মে', ১৯৫৭ (৬৬ বছৰ)
নাগপুৰ, বোম্বে ষ্টেট, (বৰ্তমান মহাৰাষ্ট্ৰ, ভাৰত)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী কাঞ্চন
সন্তান নিখিল, সাৰংগ, কেতেকী
শিক্ষানুষ্ঠান নাগপুৰ বিশ্ববিদ্যালয়
পেচা অধিবক্তা, উদ্যোগপতি
ৱেবছাইট nitingadkari.org

নীতিন জয়ৰাম গাডকাৰী (Listeni/nitin ɡʌdkʌˈri/; জন্ম ২৭ মে' ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি। তেওঁ বৰ্তমান ভাৰতৰ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী আৰু ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নাগপুৰ লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছিল।[1][2][3] তেওঁ ২০১০ চনৰ পৰা ২০১৩ চনলৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদত অধিষ্ঠিত আছিল।[4] তেওঁ ইয়াৰ আগতে মহাৰাষ্ট্ৰ চৰকাৰৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী আছিল।[5][6] তেওঁ নৰেন্দ্ৰ মোদীৰ প্ৰথম মন্ত্ৰীসভাত জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনঃজাগৰণ মন্ত্ৰী, পথ পৰিবহন ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী, খোৱাপানী আৰু স্বচ্ছতা মন্ত্ৰী, পঞ্চায়তী ৰাজ মন্ত্ৰী আদি পদত অধিষ্ঠিত আছিল।

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]