নীলা নাচনী
অৱয়ব
| নীলা নাচনী | |
|---|---|
| Male and female, illustration by Keulemans, 1879 | |
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Passeriformes |
| পৰিয়াল: | Muscicapidae |
| গণ: | Ficedula |
| প্ৰজাতি: | F. tricolor |
| বৈজ্ঞানিক নাম | |
| Ficedula tricolor (Hodgson, 1845) | |
| সমাৰ্থক | |
| |
নীলা নাচনী চৰাই (ইংৰাজী: Slaty-blue Flycatcher বৈজ্ঞানিক নাম-Ficedula tricolor) 'Muscicapidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।
বিতৰণ
[সম্পাদনা কৰক]এই চৰাইবিধ ঘাইকৈ ভাৰত উপ-মহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ বাংলাদেশ, ভুটান, লাওছ, ম্যানমাৰ, নেপাল, পাকিস্তান, থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।
বাসস্থান
[সম্পাদনা কৰক]এই চৰাইবিধে ঘাইকৈ ক্ৰান্তীয় আৰু অৰ্ধক্ৰান্তীয় সেমেকা অৰণ্যত বাস কৰে।
আচৰণ
[সম্পাদনা কৰক]খাদ্য
[সম্পাদনা কৰক]প্ৰজনন
[সম্পাদনা কৰক]এই চৰাইবিধে গছৰ খোৰোঙত বাহ সাঁজি কণী পাৰে। এবাৰত চাৰিটাকৈ সাধাৰণতে কণী পাৰে। কণীবোৰৰ ৰং ধূসৰ বৰণীয়া হোৱা দেখা যায়৷[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). "Ficedula tricolor". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106006537। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2013-09-27. https://web.archive.org/web/20130927162537/http://avis.indianbiodiversity.org/nests-and-eggs-of-indian-birds-vol-ii-1890/slaty-blue-flycatcher-cyornis-leucomelanurus.html। আহৰণ কৰা হৈছে: 2013-10-24.