সমললৈ যাওক

নুৰুল আমিন ষ্টেডিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নুৰুল আমিন ষ্টেডিয়াম
Nurul Amin Stadium
সম্পূৰ্ণ নাম নুৰুল আমিন ষ্টেডিয়াম
পূৰ্বৰ নাম নগাঁও স্পৰ্টছ ক্লাব গ্ৰাউণ্ড
স্থান নগাঁও, অসম
স্বত্বাধিকাৰী নগাঁও পৌৰ সভা
অপাৰেটৰ নগাঁও পৌৰ সভা
আসন ক্ষমতা ৫,০০০
নিৰ্মাণ
ভাঙিছে ১৯৫৮
স্থাপিত ১৯৫৮
ৱেবছাইট
ক্ৰিকইনফ

নুৰুল আমিন ষ্টেডিয়াম (ইংৰাজী: Nurul Amin Stadium) বা Nowgong Sports Club Ground হৈছে অসমনগাঁও জিলাত অৱস্থিত এখনি বহুমুখী ষ্টেডিয়াম৷ এইখন ষ্টেডিয়াম প্ৰধানকৈ ফুটবল, ক্ৰিকেট আৰু আন কিছুমান খেলৰ বাবে ব্যৱহাৰ কৰা হয়৷ প্ৰতি বছৰৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত এইখন ষ্টেডিয়ামত প্ৰখ্যাত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা আয়োজিত হয়৷ সেইখন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভালেকেইটা দলে যোগদান কৰে৷

ষ্টেডিয়ামখনত এতিয়ালৈ আঠখন ৰঞ্জি ট্ৰফীৰ খেল অনুষ্ঠিত হৈছে৷[1] খেলসমূহ ১৯৬৪ চনৰ পৰা ১৯৮৯ চনলৈকে অনুষ্ঠিত হৈছিল৷ ১৯৬৪ চনত অসমৰ ক্ৰিকেট দলটোৱে বিহাৰৰ বিৰুদ্ধে খেলিছিল৷[2] ১৯৮৯ চনৰ পৰা ষ্টেডিয়ামত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট অনুষ্ঠিত হোৱা নাই৷[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]