নেচনেল জিঅ'গ্ৰাফিক (ভাৰতীয় টিভি চেনেল)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেচনেল জিঅ'গ্ৰাফিক
National Geographic
গৰাকী ডিজনী ষ্টাৰ,(দ্য ৱাল্ট ডিজনী কোম্পানী ইণ্ডিয়া)
দেশ ভাৰত
ভাষা

নেচনেল জিঅ'গ্ৰাফিক(ইংৰাজী: National Geographic, (নেট জিঅ বুলিও কোৱা হয়) এটা ভাৰতীয় টেলিভিছন চেনেল য'ত অ-কল্পকাহিনী, প্ৰকৃতি, বিজ্ঞান, সংস্কৃতি, আৰু ইতিহাস আদি বিভিন্ন বিষয়ৰ অনুষ্ঠান নেচনেল জিঅ'গ্ৰাফিক ছ'চাইটি দ্বাৰা প্ৰস্তুত কৰা হয় আৰু এই চেনেলত সম্প্ৰচাৰিত কৰা হয়। এই চেনেলৰ অনুষ্ঠানসমূহ সাতটা ভাষাত সম্প্ৰচাৰিত হয়। সেইকেইটা হৈছেঃ ইংৰাজী, হিন্দী, কন্নড়, মালয়ালম, তেলেগু, তামিল আৰু বাংলা

কাৰ্যসূচীসমূহ[সম্পাদনা কৰক]

চেনেলটোৱে তলত দিয়া অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰে:[1]

  1. Banged Up Abroad
  2. Taboo (2002 TV series)
  3. Brain Games (National Geographic)
  4. India's Megakitchens
  5. Do or Die (TV Series)
  6. World's Weirdest
  7. Genius: Picasso
  8. Animals Gone Wild
  9. Animal Fight Club
  10. Deadly Game
  11. Ultimate Animal Countdown
  12. Animal Fight Club
  13. Dirty Rotten Survival
  14. Science of Stupid
  15. Combat Zone
  16. Ultimate Factories
  17. China Revealed
  18. Chain of Command
  19. Battle of the Beasts
  20. Airport Security Columbia
  21. Monkey Thieves
  22. Investigates

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. NAT GEO INDIA SHOWS