নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম
অৱয়ব
সম্পূৰ্ণ নাম | নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম |
---|---|
স্থান | হাইলাকান্দি, অসম |
আসন ক্ষমতা | ৫,০০০ |
নিৰ্মাণ | |
ভাঙিছে | ২০০৫ |
স্থাপিত | ২০০৫ (প্ৰথম শ্ৰেণীৰ প্ৰথমখন ক্ৰিকেট খেল) |
ৱেবছাইট | |
Cricinfo |
নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম (ইংৰাজী: Netaji Subhas Chandra Bose Stadium হৈছে অসমৰ হাইলাকান্দিত থকা এখন বহুমুখী ষ্টেডিয়াম৷ ইয়াৰ বিশেষকৈ ফুটবল আৰু ক্ৰিকেট খেল অনুষ্ঠিত হয়৷ [1][2][3]
ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ জনপ্ৰিয় নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামেৰে এইখনি ষ্টেডিয়াম নামকৰণ কৰা হৈছে৷ প্ৰধানকৈ ফুটবল খেলৰ বাবে ষ্টেডিয়ামখন ব্যৱহাৰ কৰা হয় যদিও আৰম্ভণিৰ সময়ছোৱাত ইয়াত বিজয় মাৰ্চেণ্ট ট্ৰফীৰ তিনিখনকৈ ক্ৰিকেট খেলো অনুষ্ঠিত হৈছিল৷[4][5][6][7] তাৰে প্ৰথমখন খেল ২০০৮ চনত আৰু বাকী দুখন ২০১৩ চনত অনুষ্ঠিত হৈছিল৷ আনহাতে ২০০৫ চনত ষ্টেডিয়ামখনত চি.কে. নাইডু ট্ৰফীৰো এখন খেল অনুষ্ঠিত হৈছিল৷ [8]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Sports school in Hailakandi". www.telegraphindia.com. https://www.telegraphindia.com/states/north-east/sports-school-in-hailakandi/cid/276925.
- ↑ "Coaching camp at Hailakandi". www.telegraphindia.com. https://www.telegraphindia.com/states/north-east/coaching-camp-at-hailakandi/cid/205000.
- ↑ "The Assam Tribune Online". www.assamtribune.com. Archived from the original on 2015-12-08. https://web.archive.org/web/20151208115433/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan2813/state07। আহৰণ কৰা হৈছে: 2020-09-27.
- ↑ "The Home of CricketArchive". cricketarchive.com. https://cricketarchive.com/Archive/Scorecards/188/188654.html.
- ↑ "The Home of CricketArchive". cricketarchive.com. https://cricketarchive.com/Archive/Scorecards/576/576862.html.
- ↑ "The Home of CricketArchive". cricketarchive.com. https://cricketarchive.com/Archive/Scorecards/576/576897.html.
- ↑ "The Home of CricketArchive". cricketarchive.com. https://cricketarchive.com/Archive/Scorecards/147/147841.html.
- ↑ "Sports Venue". https://assam.gov.in/en/main/Sports%20Venues। আহৰণ কৰা হৈছে: 27 September 2020.