নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম
Netaji Subhas Chandra Bose Stadium
সম্পূৰ্ণ নাম নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম
স্থান হাইলাকান্দি, অসম
আসন ক্ষমতা ৫,০০০
Construction
Broke ground ২০০৫
স্থাপিত ২০০৫ (প্ৰথম শ্ৰেণীৰ প্ৰথমখন ক্ৰিকেট খেল)
Website
Cricinfo

নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম (ইংৰাজী: Netaji Subhas Chandra Bose Stadium হৈছে অসমহাইলাকান্দিত থকা এখন বহুমুখী ষ্টেডিয়াম৷ ইয়াৰ বিশেষকৈ ফুটবল আৰু ক্ৰিকেট খেল অনুষ্ঠিত হয়৷ [1][2][3]

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ জনপ্ৰিয় নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামেৰে এইখনি ষ্টেডিয়াম নামকৰণ কৰা হৈছে৷ প্ৰধানকৈ ফুটবল খেলৰ বাবে ষ্টেডিয়ামখন ব্যৱহাৰ কৰা হয় যদিও আৰম্ভণিৰ সময়ছোৱাত ইয়াত বিজয় মাৰ্চেণ্ট ট্ৰফীৰ তিনিখনকৈ ক্ৰিকেট খেলো অনুষ্ঠিত হৈছিল৷[4][5][6][7] তাৰে প্ৰথমখন খেল ২০০৮ চনত আৰু বাকী দুখন ২০১৩ চনত অনুষ্ঠিত হৈছিল৷ আনহাতে ২০০৫ চনত ষ্টেডিয়ামখনত চি.কে. নাইডু ট্ৰফীৰো এখন খেল অনুষ্ঠিত হৈছিল৷ [8]

তথ্যউৎস[সম্পাদনা কৰক]