নৱমী গগৈ
অৱয়ব
এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
নৱমী গগৈ | |
---|---|
[[File:|frameless|200px|alt=]] | |
জন্ম | অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
নৱমী গগৈ (ইংৰাজী: Nabami Gogoi; অসমৰ এগৰাকী ঔপন্যাসিক, লেখক, অধ্যাপিকা তেখেত বৰ্তমান গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা। তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ টাই-আইতন-অসমীয়া-ইংৰাজী শব্দকোষ। অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত তেওঁৰ আনখন গ্ৰন্থ আইতন ভাষাৰ ৰূপতত্ত্ব। আৰ চি চি ২ নৱমী গগৈৰ উপন্যাস। আমাৰ অসম, দৈনিক জনমভূমিত বিভিন্ন সময়ত লেখা প্ৰকাশ হোৱা ড° গগৈ স্বৰ্ণলিপি মাহেকীয়া আলোচনীৰ সমীক্ষক মণ্ডলীৰ এগৰাকী সদস্য। তেওঁৰ গৱেষণাৰ বিষয় আছিল – টুকং আৰু আইতন ভাষাৰ ৰূপতত্ত্ব: বৈপৰীত্যমূলক অধ্যয়ন। [1]
সাহিত্যৰাজি
[সম্পাদনা কৰক]- টাই-আইতন-অসমীয়া-ইংৰাজী শব্দকোষ, অসম প্ৰকাশন পৰিষদ,
- আইতন ভাষাৰ ৰূপতত্ত্ব
- আৰ চি চি ২, অসম বুক ট্ৰাষ্ট, ২০২০
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Dr. Nabami Gogoi, MA & Phd (HOD)". https://golaghatcommercecollege.org/team/dr-nabami-gogoi-m-a-m-phil-ph-d/। আহৰণ কৰা হৈছে: 13 july 2024.