নৱাল টাটা
অৱয়ব
নৱাল টাটা পদ্মভূষণ | |
---|---|
নৱাল টাটাৰ ফাইল ফটো | |
জন্ম | ৩০ আগষ্ট, ১৯০৪ চুৰাট, বম্বে প্ৰেচিডেন্সী, ব্ৰিটিছ ভাৰত |
মৃত্যু | ০৫ মে', ১৯৮৯ (৮৪ বছৰ) বম্বে, মহাৰাষ্ট্ৰ, ভাৰত |
পেচা | উদ্য়োগপতি |
দাম্পত্যসঙ্গী | চনি (বি. ২০২৪) চিমন টাটা (বি. ১৯৫৫) |
পিতৃ-মাতৃ | হৰমোচজী টাটা (জন্মদাতা পিতৃ) ৰতনবাই ৰাও (জন্মদাতা মাতৃ) ৰতনজী টাটা (তোলনীয়া পিতৃ) নৱজ্বাই চেট(তোলনীয়া মাতৃ) |
সন্তান | ৰতন টাটা, জিম্মী টাটা আৰু নৱেল টাটা |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ |
নৱাল টাটা এজন প্ৰখ্যাত ভাৰতীয় উদ্যোগপতি আছিল। ভাৰতৰ বিখ্যাত টাটা গ্ৰুপৰ এজন উল্লেখযোগ্য সদস্য। তেওঁ ৰতন টাটা, জিম্মী টাটা আৰু নৱেল টাটাৰ পিতৃ।