পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পঞ্চায়ত(দূৰদৰ্শন ধাৰাবাহিক)ৰ পৰা পুনঃনিৰ্দেশিত)
পঞ্চায়ত (দূৰদৰ্শন ধাৰাবাহিক)
শৈলী হাস্যৰস আৰু নাটকীয় উপাদান
লিখক চন্দন কুমাৰ
পৰিচালক দীপক কুমাৰ মিশ্ৰ
অভিনয়ত
  • জিতেন্দ্ৰ কুমাৰ
  • ৰঘুবীৰ যাদৱ
  • নীনা গুপ্ত
  • বিশ্বপতি সৰকাৰ
  • চন্দন ৰায়
দেশ ভাৰত
ভাষা হিন্দী
চিজনৰ সংখ্যা
খণ্ডৰ সংখ্যা
প্ৰযোজনা
কাৰ্যবাহী প্ৰযোজক সমীৰ ছাক্সেনা
সম্পাদক অমিত কুলকৰ্ণী
চিত্ৰগ্ৰহণকাৰী অমিতাভ সিং
দৈৰ্ঘ্য ২০-৪০ মিনিট
ষ্টুডিঅ’ দ্য ভাইৰাল ফিভাৰ
সম্প্ৰচাৰ
মূল ছেনেল Amazon Prime Video
প্ৰদৰ্শনৰ সময় ৩ এপ্ৰিল ২০২০ (2020-04-03) – বৰ্তমান

পঞ্চায়ত হৈছে ২০২০ চনৰ ভাৰতীয় হিন্দী ভাষাৰ হাস্যৰস আৰু নাটকীয় উপাদানেৰে সমৃদ্ধ ৱেবছিৰিজ ।ৱেবছিৰিজখন The Viral Fever ৰ দ্বাৰা Amazon Prime Video ৰ বাবে তৈয়াৰ কৰা হৈছে। চন্দন কুমাৰৰ চিত্ৰনাট্যত নিৰ্মিত এই ধাৰাবাহিকখনৰ পৰিচালনা কৰিছিল দীপক কুমাৰ মিশ্ৰ, য’ত অভিনয় কৰিছে জিতেন্দ্ৰ কুমাৰ, ৰঘুবীৰ যাদৱ, নীনা গুপ্তা, বিশ্বপতি সৰকাৰ আৰু চন্দন ৰায়। ইয়াত উন্নত চাকৰিৰ বিকল্পৰ অভাৱত উত্তৰ প্ৰদেশৰ এখন দুৰ্গম গাঁও ফুলেৰাত গাঁও পঞ্চায়ত সচিব হিচাপে যোগদান কৰা এজন অভিযান্ত্ৰিক স্নাতকৰ জীৱন প্রতিফলিত হৈছে।