সমললৈ যাওক

পম্বন সেতু

অসমীয়া ৱিকিপিডিয়াৰ পৰা


পম্বন সেতু
பாம்பன் பாலம்

পম্বন পথ আৰু ৰে'ল সেতু
পম্বন সেতুখন পাল্ক স্ত্ৰেইটৰ ওপৰত নিৰ্মাণ কৰা হৈছে
প্ৰকৃত নাম আন্নাই ইন্দিৰা গান্ধী সেতু
বহন কৰে ২ লে'ন যুক্ত পথ সহ ৰে'ল ট্ৰাফিক
স্থানীয় ৰামেশ্বৰম, তামিল নাডু, ভাৰত
নিৰ্মাণ শেষ হয় ১৯১৪
স্থানাঙ্ক 9°16′57.25″N 79°12′5.91″E / 9.2825694°N 79.2016417°E / 9.2825694; 79.2016417স্থানাংক: 9°16′57.25″N 79°12′5.91″E / 9.2825694°N 79.2016417°E / 9.2825694; 79.2016417

পম্বন সেতু এখন "কেণ্টিলিভাৰ" দলং যি ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত পম্বন দ্বীপক মূলভূমিৰ সৈতে সংযোগ কৰে। এই পম্বন দ্বীপতে অৱস্থিত হিন্দু ধৰ্মাৱলম্বী সকলৰ পৱিত্ৰস্থান ৰামেশ্বৰম। পম্বন সেতু বুলিলে সমান্তৰাল কৈ যোৱা ৰে'ল আৰু ৰোড দলং দুয়োখনকে বুজোৱা হয়।

পম্বনৰ ৰে'লৱে সেতুখন ২.০৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ। এই সেতুখন ১৯১৪ চনত মিটাৰ গ'জ ৰে'লসেৱাৰ বাবে মুকলি কৰি দিয়া হয়।[1] সেতুখনৰ এটা অংশ জাহাজ পাৰ হৈ যাব পৰাকৈ উঠাই দিয়াৰ সুবিধাও আছে।

ঐতিহাসিক ভাৱে এই দলঙখনত মিটাৰ গ'জ ৰে'ল চলাচল কৰিছিল যদিও ২০০৭ চনৰ আগষ্ট মাহৰ ১২ তাৰিখৰ পৰা ইয়াক ব্ৰ'ডগ'জ ৰে'লসেৱাৰ উপযোগীকৈ উন্নীত কৰা হয়।

চিত্ৰ ভঁৰাল

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Raja Simhan T.E. (21 November 2013). "Pamban Bridge to be pulled down for gauge conversion". The Hindu. http://www.thehindubusinessline.in/2003/11/21/stories/2003112101991700.htm। আহৰণ কৰা হৈছে: 17 January 2014.