সমললৈ যাওক

পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তবৰ ছবি
পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব

পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব (ইংৰাজী : West Rahmanpur Jamalia Muktab) হ'আৰবী আৰু উৰ্দু ভাষীক শিক্ষা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো ঢেকীয়াজুলি, চক্ৰবিষয়াৰ অধীনত অৱস্থিত। [পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব 1]

ইয়াত প্ৰাথমিক শিক্ষা , সামাজিক শিক্ষা, লিখন আৰু পঠন পদ্ধতি চৰ্চিত । এই প্ৰতিষ্ঠানটো ২০০৫ চনত স্থাপিত কৰা হয়। ৰহমানপুৰ অঞ্চলখনত শিক্ষা প্ৰতিষ্ঠানৰ অভাৱত এইখন মুক্তব প্ৰতিষ্ঠাত হয়। এই মুক্তটো আল্লাহৰ নামত দান কৰে আল-হজ্জ জামাল উদ্দিন শ্বেখ ।

  1. অনাচৰকৰী প্ৰতিষ্ঠান