পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব (ইংৰাজী : West Rahmanpur Jamalia Muktab) হ'ল আৰবী আৰু উৰ্দু ভাষীক শিক্ষা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো ঢেকীয়াজুলি, চক্ৰবিষয়াৰ অধীনত অৱস্থিত। [পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব 1] [উদ্ধৃতিৰ প্ৰয়োজন] [বিসংগতিপূৰ্ণ উৎস]
পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব | |
---|---|
স্থাপিত | ২০০৫ |
সভাপতি | মইনুল হক |
স্থান | , অসম, ভাৰত |
ইয়াত প্ৰাথমিক শিক্ষা , সামাজিক শিক্ষা, লিখন আৰু পঠন পদ্ধতি চৰ্চিত । এই প্ৰতিষ্ঠানটো ২০০৫ চনত স্থাপিত কৰা হয়। ৰহমানপুৰ অঞ্চলখনত শিক্ষা প্ৰতিষ্ঠানৰ অভাৱত এইখন মুক্তব প্ৰতিষ্ঠান স্থাপন কৰা হয়। এই মুক্তটো আল্লাহৰ নামত দান কৰে আল-হজ্জ জামাল উদ্দিন শ্বেখ ।[উদ্ধৃতিৰ প্ৰয়োজন]
- ↑ অনাচৰকৰী প্ৰতিষ্ঠান